• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট বৌদ্ধ ধৰ্মগুৰু ভান্তে বাবাৰ দেহাৱসান; মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
November 10, 2018 10:12 pm
bhante baba
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০০ বছৰত ভৰি দিবলৈ মাজত মাত্ৰ ২টা দিন থকা অৱস্থাত ভাণ্টে বাবা নামে পৰিচিত ভাৰতৰ বিশিষ্ট বৌদ্ধ ধৰ্মগুৰু, লিডুৰ মৌংলাং খামতিস্থিত বৌধ বিহাৰৰ বিহাৰাধ্যক্ষ ইউ গুণাৱান্তা মহাথেৰ আজি সন্ধ্যা ৬ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে।

উল্লেখযোগ্য যে ১৯৫৩ চনত বাৰ্মা শাসন মিছনৰ জৰিয়তে ভগৱান বুদ্ধৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমলৈ অহা ধৰ্মগুৰুগৰাকীয়ে প্ৰথমে মাৰ্ঘেৰিটাৰ ইনথেম আৰু পৰৱৰ্তী সময়ত ১৭শ শতিকাতে লিডুত স্থাপিত এটি সৰু বৌদ্ধ বিহাৰত থাকিবলৈ লয়।

Apply Now

পিছত বিভিন্নজনৰ দান-বৰঙণিৰে তেওঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটো এতিয়া অঞ্চলটোলৈ অহা দেশী-বিদেশী পৰ্যটকৰ অন্য আকৰ্ষণৰ কেন্দ্র বিন্দু।

১৯২৩ চনৰ ১২ নবেম্বৰত ম্যানমাৰৰ টাংগো চহৰৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ইউ গুণাৱান্তা মহাথেৰেই ১৮ বছৰ বয়সত বৌদ্ধ ভিক্ষু প্ৰয়াত ইউ ৰাজিন্দৰ মহাথেৰৰ ওচৰত শ্ৰমণ দীক্ষা লৈ তপস্বীৰ ব্ৰত গ্ৰহণ কৰিছিল।

বৃহত্তৰ উত্তৰ-পূৰ্বৰ বৌদ্ধ ভিক্ষুসকলৰ ভিতৰত শ্ৰেষ্ঠ ভান্তে আসনৰ গৰাকী এই ধৰ্মগুৰুয়ে ২০১১ বৰ্ষত ম্যানমাৰ চৰকাৰৰ দ্বাৰা ভান্তেসকলৰ সবাটোকে সন্মানীয় উপাধি ‘BHADADANTAN GUNAWUNTHA ABHIDAJA AGAAMAHA SADHANA JOTIKA’ লাভ কৰিছিল।

ভান্তেগৰাকীৰ প্ৰতিটো জন্মদিন তেওঁৰ অনুৰাগীসকলে মৌংলাং বৌদ্ধ মন্দিৰত অনুষ্ঠিত কৰি আহিছে। এইবাৰো ১০০ বছৰীয়া জন্মদিন ব্যাপক ভাৱে উদ্যযাপনৰ প্ৰস্তুতি সম্পূৰ্ন কৰিছিলে যদিও মাত্ৰ দুটা দিন থকা অৱস্থাত হোৱা তেওঁৰ মৃত্যুৱে প্ৰতিজন ভক্তকে শোকাকুল কৰি তুলিছে।

মৃত্যুৰ বাতৰি বিয়পী পৰাৰ লগে লগে মৌংলাং খামতিস্থিত বৌদ্ধ বিহাৰৰ অগন্ন ভক্তৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাও উপস্থিত হৈ ভান্টে বাবাক শেষ শ্ৰদ্ধাঞ্জালী জনায়। ইয়াৰ উপৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বহুকেইটা দল সংগঠনে শোক প্ৰকাশ কৰিছে।

ধৰ্মগুৰু গৰাকীৰ মৃতদেহ অহা সাত দিন বৌদ্ধ মন্দিৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ১২ নবেম্বৰত অনুষ্টুপীয়াকৈ তেওঁৰ জন্মদিন পালন কৰা হ’ব বুলি বিধায়ক ভাস্কৰ শৰ্মাই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

ভান্টে বাবাৰ মৃত্যুত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য, বৃত্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত শৰ্মায়ো  গভীৰ শোক প্ৰকাশ কৰিছে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd