• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ : ১২ নৱেম্বৰত ৰাজ্যজুৰি কোচ ৰাজবংশী সন্মিলনীৰ বিক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2018 12:15 pm
WhatsApp-Image-2018-06-25-at-1.26.19-PM-768x432

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাজনৈতিক দলসমূহে ভূমিপত্ৰ জাতি-জনগোষ্ঠীসমূহৰ আৱেগ-অনুভূতিক লৈ খেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে।

সন্মিলনীয়ে লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ জৰিয়তে সৰু-বৰ জাতি-জনগোষ্ঠীসমূহৰ ধ্বংস কৰি বিজেপি নোতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ অব্যাহত ৰখাৰো অভিযোগ তুলিছে।

সেয়েহে, এই সকলোৰে বিৰুদ্ধে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে অহা ১২ নৱেম্বৰত সমগ্ৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়া আৰু সাধাৰণ সম্পাদক ৰণজিৎ কুমাৰ ৰায়ে সমগ্ৰ ৰাজ্যৰ কোচ ৰাজবংশী জনসাধাৰণক এই প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে। তদুপৰি, সন্মিলনীৰ অন্তৰ্গত ৩৫খন জিলা সমিতিয়ে জিলা সদৰসমূহত ১২ নৱেম্বৰৰ পুৱা দহ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে।

আনহাতে, বিজেপি দল তথা চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিও প্ৰবঞ্চনা কৰাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈও সাজু হৈছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। তদুপৰি, মুখ্যমন্ত্ৰী সোণোৱালে কোচ ৰাজবংশীসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰি জনগোষ্ঠীটোক উন্নয়নৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগো উত্থাপন কৰিছে সন্মিলনীয়ে।

কোচ ৰাজবংশীসকলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰা বিজেপিৰ জাতি-জনগোষ্ঠীবিৰোধী ভূমিকাৰ বাবে  আগন্তুক পঞ্চায়ত নিৰ্বাচনতেই বিজেপিক এসেকা দিবলৈ কোচ ৰাজবংশীসকল বদ্ধপৰিকৰ বুলি সদৰী কৰিছে নেতাদ্বয়ে। আনহাতে, ১২ নৱেম্বৰৰ কাৰ্যসূচীৰ পিছতেই সন্মিলনীয়ে ৰাজ্যজুৰি পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ কথাও ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd