• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ : ১২ নৱেম্বৰত ৰাজ্যজুৰি কোচ ৰাজবংশী সন্মিলনীৰ বিক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2018 12:15 pm
WhatsApp-Image-2018-06-25-at-1.26.19-PM-768x432

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাজনৈতিক দলসমূহে ভূমিপত্ৰ জাতি-জনগোষ্ঠীসমূহৰ আৱেগ-অনুভূতিক লৈ খেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে।

সন্মিলনীয়ে লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ জৰিয়তে সৰু-বৰ জাতি-জনগোষ্ঠীসমূহৰ ধ্বংস কৰি বিজেপি নোতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ অব্যাহত ৰখাৰো অভিযোগ তুলিছে।

Apply Now

সেয়েহে, এই সকলোৰে বিৰুদ্ধে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে অহা ১২ নৱেম্বৰত সমগ্ৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়া আৰু সাধাৰণ সম্পাদক ৰণজিৎ কুমাৰ ৰায়ে সমগ্ৰ ৰাজ্যৰ কোচ ৰাজবংশী জনসাধাৰণক এই প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে। তদুপৰি, সন্মিলনীৰ অন্তৰ্গত ৩৫খন জিলা সমিতিয়ে জিলা সদৰসমূহত ১২ নৱেম্বৰৰ পুৱা দহ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে।

আনহাতে, বিজেপি দল তথা চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিও প্ৰবঞ্চনা কৰাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈও সাজু হৈছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। তদুপৰি, মুখ্যমন্ত্ৰী সোণোৱালে কোচ ৰাজবংশীসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰি জনগোষ্ঠীটোক উন্নয়নৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগো উত্থাপন কৰিছে সন্মিলনীয়ে।

কোচ ৰাজবংশীসকলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰা বিজেপিৰ জাতি-জনগোষ্ঠীবিৰোধী ভূমিকাৰ বাবে  আগন্তুক পঞ্চায়ত নিৰ্বাচনতেই বিজেপিক এসেকা দিবলৈ কোচ ৰাজবংশীসকল বদ্ধপৰিকৰ বুলি সদৰী কৰিছে নেতাদ্বয়ে। আনহাতে, ১২ নৱেম্বৰৰ কাৰ্যসূচীৰ পিছতেই সন্মিলনীয়ে ৰাজ্যজুৰি পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ কথাও ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd