• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক ডিমৌ পুখুৰী বেদখল মুক্ত কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিলে আটাছুৱে

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 13, 2018 5:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ডিমৌৰ ঐতিহাসিক ডিমৌ পুখুৰী বেদখল অৱস্থাত আছে। আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক ডিমৌ পুখুৰীতো উদ্ধাৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ সমিতিয়ে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত প্ৰশাসনে পুখুৰীটো বেদখল মুক্ত কৰিব নোৱাৰিলে।

সোমাবাৰে তাই আহোম ছাত্র সন্থাই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।

Apply Now

বিবৃতিটোত উল্লেখ কৰা মতে বৰ্তমান ঐতিহাসিক ডিমৌ পুখুৰীৰ অৱশিষ্ট অংশসমূহ আজি অস্তিত্বৰ চূড়ান্ত সংকটত। ডিমৌবাসীৰ স্বাভিমান জড়িত থকা এনে এটা স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰশাসনে আজি পৰ্যন্ত কেৱল মাত্ৰ টেবুলৰ আলোচনাত সীমাবদ্ধ হৈ থকাটো আটাছু ডিমৌ আঞ্চলিকে কোনো কাৰণতে সহজভাৱে ল’ব পৰা নাই।

এই ক্ষেত্ৰত ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই প্ৰশাসনৰ এনে ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। লগতে ঐতিহাসিক ডিমৌ পুখুৰীতো উদ্ধাৰৰ বাবে আটাছুৱে প্ৰশাসনৰ লগতে বেদখলকাৰীক অন্তিমবাৰৰ বাবে সকীয়াই এক মাহৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে।

অন্যথা ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই ডিমৌবাসীৰ সহযোগত কঠোৰভাৱে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰি ডিমৌ পুখুৰীটো বেদখল মুক্ত কৰিবলৈ বাধ্য হ’ব বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd