• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইম্ফলত আৰম্ভ ফেন্সিঙৰ ৬৪ সংখ্যক নেশ্যনেল স্কুল গেইমছ

চভাপতি চামম by চভাপতি চামম
November 14, 2018 8:43 am
National-Games-

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত আৰম্ভ হয় ফেন্সিঙৰ ৬৪ সংখ্যক নেশ্যনেল স্কুল গেইমছ। ইম্ফলস্থিত খুমান লামপাৰ্ক ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ল’ৰা-ছোৱালীৰ ১৪ আৰু ১৭ অনূৰ্ধ্বৰ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে।

প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰি মুখ্য মন্ত্ৰী সিঙে ভাষণ প্ৰসংগত কয় যে যুৱ প্ৰজন্মৰ শাৰিৰীক, মানসিক উৎকৰ্ষ সাধনৰ লগতে এজন সুনাগৰিক হিচাপে হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ৰীড়াই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ক্ৰীড়াই হৈছে একমাত্ৰ মাধ্যম যিয়ে ধনী-দুখীয়া, বৰ্ণ-ধৰ্ম বিচাৰ নকৰে।

Apply Now

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কমনৱেল্থ গেইমছত মণিপুৰৰ খেলুৱৈয়ে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত পাৱাৰ হাউছ হিচাপে ইতিমধ্যে পৰিচিত মণিপুৰৰ ৪৮গৰাকী খেলুৱৈয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল প্ৰতিযোগিতাত অংশ ল’ব বুলি জানিবলৈ পাই মই যথেষ্ট সুখী।

আনহাতে উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপে কয় যে মণিপুৰৰ ক্ৰীড়াৰ উত্তৰণৰ ক্ষেত্ৰত এনেধৰণৰ স্কুল পৰ্যায়ৰ প্ৰতিযোগিতাই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

উল্লেখ্য যে ১৭ নৱেম্বৰলৈ চলিব লগীয়া প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৯টা দলৰ মুঠ ৭৩০জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা বুলি আয়োজকে জানিবলৈ দিয়ে। দলকেইটা হ’ল অন্ধ্ৰ প্ৰদেশ, বিহাৰ, চি বি এছ ই ৱেলফেয়াৰ স্প’ৰ্টছ অৰগানায়জেশ্যন, চণ্ডিগড়, ছত্তিছগড়, দিল্লী, গুজৰাট, হাৰি?আনা, ইণ্ডিয়ান পাব্লিক স্কুল কনফাৰেন্স, জম্ম আৰু কাশ্মীৰ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, নামিল নাডু, টেলেংগানা, উত্তৰ প্ৰদেশ, বিদ্যা ভাৰতী, ইণ্টাৰনেশ্যনেল ব’ৰ্ড স্কুল স্প’ৰ্টছ অৰগানায়জেশ্যন আৰু মণিপুৰ।

উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰীৰ উপৰি ক্ৰীড়া বিভাগৰ সচিব ববি ৱাইখম, স্কুল গেইমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অবজাৰ্ভাৰ সঞ্জয় গৌতমৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd