• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল

পাৰ্শ্বজ্যোতি গগৈ, কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ, ৰাজীৱ দত্ত, পুলেন্দ্ৰ দাস মণিমালা বৰা,  by পাৰ্শ্বজ্যোতি গগৈ, কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ, ৰাজীৱ দত্ত, পুলেন্দ্ৰ দাস মণিমালা বৰা,
November 16, 2018 9:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যতে আজি সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিৱসাগৰ :

Apply Now

আজি সন্ধিয়া ৫.৩০ বজাত নগৰৰ ব’ৰ্ডিং খেল পথাৰৰ পৰা আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ ৫ শতাধিক প্ৰতিনিধিয়ে হাতত জোঁৰ লৈ নগৰৰ মাজমজিয়াত সমদল কৰে। ‘বিজেপি গ’ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বাংলাদেশী হুঁচিয়াৰ, জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰ হুঁচিয়াৰ’ আদি প্ৰতিবাদী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।ড়

বিশ্বনাথ :

আজি সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশ্বনাথৰ ৰাজপথত প্ৰায় ৭০০ প্ৰতিবাদকাৰীয়ে হাতত জোঁৰ লৈ বিশ্বনাথৰ আকাশ-বতাহ কঁপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদসহ ২৮ জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদী শ্ল’গানেৰে বিশ্বনাথৰ ৰাজপথ কঁপাই তোলে।

মাৰ্ঘেৰিটা :

মাৰ্ঘেৰিটাটো বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত আছুৱে এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

জোঁৰ সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিলৰ দাবী জনাই মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত গগৈয়ে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক বদন আখ্যা দিবলৈ বেছি সময় নালাগিব বুলি স্পষ্ট কৰি দিয়ে।

গৌৰীসাগৰ :

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া হাতীঘূলি আঞ্চলিক ছাত্ৰ সন্থা আৰু গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে জোঁৰ সমদল কাৰ্যসূচী হাতত লয়।

হাতীঘূলি আঞ্চিলক ছাত্ৰ সন্থা আৰু গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে প্ৰায় ২ ঘণ্টা সময় ধৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে।

বৰপেটা :

বৰপেটাতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰীসকলে ‘কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব বিধেয়ক বাতিল কৰক, অসম চুক্তি অৱমাননা কৰা নচলিব’ আদি প্ৰতিবাদী শ্ল’গানাৰে ৰাজপথ কঁপাই তোলে।

তেজপুৰ :

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সন্ধ্যা বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা আৰু উন্নতি সভাৰ উদ্যোগত ২৮ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে হাতত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

পাৰ্শ্বজ্যোতি গগৈ, কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ, ৰাজীৱ দত্ত, পুলেন্দ্ৰ দাস মণিমালা বৰা,

পাৰ্শ্বজ্যোতি গগৈ, কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ, ৰাজীৱ দত্ত, পুলেন্দ্ৰ দাস মণিমালা বৰা,

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd