• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টেটবেংকৰ কলিয়াবৰ শাখাত শিক্ষয়িত্ৰীৰ একাউণ্টৰ পৰা হৰলুকী ৪ লক্ষাধিক টকা

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
November 20, 2018 9:39 am
Capture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বেংকতো সুৰক্ষিত নোহোৱা হৈছে গ্ৰাহকৰ জমা ধন। চাইবাৰ অপৰাধীৰ গ্ৰাসত এইবাৰ পৰিছে ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখা। কলিয়াবৰত থকা ষ্টেট বেংকৰ শাখাটোত থকা গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা জমা ধন হৰলুকি হোৱাৰ ইটোৰ পিচত আনটো ঘটনা পোহৰলৈ আহিছে। হেকাৰে বিশেষকৈ লক্ষ্য কৰিছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক। বেংক একাউণ্টৰ পৰা ধন হৰলুকী হোৱাৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে কলিয়াবৰৰ ষ্টেট বেংকত।

কলিয়াবৰৰ নলতলিৰ ‘ন-পূৱথৰীয়া’ গাঁৱৰ ৰঞ্জুমাই বৰা নামৰ শিক্ষয়িত্ৰী গৰাকীৰ SBI  কলিয়াবৰ শাখাৰ 11656847405 নম্বৰ একাউণ্টৰ পৰা চাৰি লাখ দহ হাজাৰ টকা স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ধান হ’ল। বেংকলৈ আহি শিক্ষয়িত্ৰী গৰাকীয়ে ধন উলিয়াব ধৰোঁতে পোহৰলৈ আহে ধন অন্তৰ্ধানৰ এই ঘটনা।

চলিত মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখৰ ভিতৰত চাৰিদিনত মুঠ ২৮ বাৰত নোহোৱা হয় চাৰি লাখ দহ হাজাৰ টকাৰ এই বুজন পৰিমাণৰ ধনৰাশি। বিগত ২০ অক্টোবৰলৈকে শিক্ষয়িত্ৰী গৰাকী একাউণ্টত জমা আছিল ৩ লাখ ৭০ হাজাৰ ৭২৭ টকা। ১১ আৰু ১৩ নবেম্বৰৰ ভিতৰত এই ধনৰাশি চাইবাৰ অপৰাধীয়ে হৰলুকী কৰাৰ পিচত ১৪ নবেম্বৰত শিক্ষয়িত্ৰী গৰাকীৰ একাউণ্টত জমা হোৱা বেতনৰ ধনসহ চল্লিশ হাজাৰ পাঁচশ টকা উলিয়াই নিয়ে হেকাৰে।

আনহাতে  ভুক্তভোগী  শিক্ষয়িত্ৰী গৰাকীয়ে কলিয়াবৰৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচতে কলিয়াবৰ ষ্টেট বেংকত উপস্থিত হয় আৰক্ষীৰ দল। কিন্তু ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ প্ৰশ্ন, কেনেকৈ গ্ৰাহক ইচ্ছাৰ বিপৰীতে বেংক একাউণ্টৰ পৰা অন্তৰ্ধান হ’ল নিজৰ সাচতীয়া ধন?

বিগত ৯ নবেম্বৰত শিক্ষয়িত্ৰীগৰাকীলৈ অচিনাকী লোকৰ এটা ফোনকল আহিছিল। অচিনাকী লোকজনে শিক্ষয়িত্ৰী গৰাকীৰ ভোটকেন্দ্ৰ নাম সোধাৰ লগতে কিছুসময় নানাধৰণৰ কথা পাতি কাটি দিছিল ফোনকলটো। তাৰ কিছু সময়ৰ পিচৰে পৰা বৰ্তমানলৈ বিকল হৈ আছে শিক্ষয়িত্ৰী গৰাকীৰ ফোন নম্বৰটো। তাৰ দুদিন পিচৰে পৰা চাইবাৰ অপৰাধীয়ে লুটি নিছে শিক্ষয়িত্ৰী গৰাকীৰ একাউণ্টৰ জমা ধন।

সম্প্ৰতি কলিয়াবৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্তৰ বাবে নগাঁও আৰক্ষীৰ চাইবাৰ ক্ৰাইম চেললৈ প্ৰেৰণ কৰিছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd