• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আক্রাছুৰ বন্ধত কোকৰাঝাৰৰ ছেৰফাংগুৰিত ট্ৰাকত অগ্নিসংযোগ : হতাহত ৪জন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 21, 2018 6:54 pm
IMG-20181121-WA0009
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ সম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়চোৱাত সন্দেহযুক্ত বন্ধ সমৰ্থকৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন ৩জন লোক বেয়াকৈ আহত হৈছে। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত খোলোবাৰী এলেকাত আক্ৰাছুৰ সমৰ্থকে নিশা প্ৰায় ১১-০০ মান বজাত এখন ট্ৰাকক আগছি ধৰে আৰু ট্ৰাককখনত অগ্নিসংযোগ কৰে।

আৰক্ষী সূত্ৰই জনাইছে যে আক্ৰমণকাৰীসকলে UP-25 AT 6390 নম্বৰত পঞ্জীয়নভুক্ত ট্ৰাকখনত অগ্নিসংযোগ কৰি চালকক হত্যা কৰে আৰু ট্ৰাকখনত থকা আন ৩জন লোকক বেয়াকৈ আহত কৰে। এই ট্ৰাকখন উত্তৰ প্ৰদেশৰ পৰা তেজপুৰ অভিমুখে আহি আছিল। ছেৰফাংগুৰি আৰক্ষী থানাৰ পৰা কেই মিটাৰমান দূৰত্বত থকা আক্ৰাছুৰ কাৰ্যালয়ৰ সমীপত এই ট্ৰাকখনত অগ্নিসংযোগ কৰা হয়।

Apply Now

কেন্দ্ৰই বিটিচিক য়ুনিয়ন টেৰিটৰীয়েল কাউঞ্চিললৈ মৰ্যাদা দিবলৈ গ্ৰহণ কৰাৰ পদক্ষেপৰ প্ৰতিবাদকল্পে আক্ৰাছু, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে যোৱা ১৯ নৱেম্বৰৰ পুৱা ৫-০০ বজাৰ পৰা ২০ নৱেম্বৰৰ আবেলি ৫-০০ বজালৈকে ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল।

মৃত লোকজনক মহম্মদ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আহতসকল হৈছে মহম্মদ আকিন, নাহিন আলী আৰকু ছানু আলী। এই সকলোকেইজন উত্তৰ প্ৰদেশৰ বাসিন্দা। আহতসকলক কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত ব্যক্তিসকলৰ এগৰাকী মহম্মদ আকিনে কৈছে, ‘যেতিয়া আমি ছেৰফাংগুৰি আহি পাইছিলোঁ, প্ৰায় ৮-১০জন লোকে আমাৰ ট্ৰাকখন আগচি ধৰিছিল আৰু বটল বোমা দলিয়াই ট্ৰাকখন সম্পূৰ্ণ জ্বলাই দিয়ে। আমি পলাই যাবলৈ বিছাৰিছিলোঁকিন্তু তেওঁলোকে আমাক আক্ৰমণ কৰে। তেওঁলোকৰ আক্ৰমণত ট্ৰাকখনৰ ভিতৰতেই চালকজনৰ মত্যু হয় আৰু আমি ৩জন আহত হওঁ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০জন লোকক গ্ৰেপ্তাৰ কৰিছে।  ছেৰফাংগুৰিৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কৈছে, ‘‘আমি এই ঘটনাটো গভীৰভাৱে গ্ৰহম কৰিছোঁ আৰু ঘটনাৰ সৈতে জড়িত কেইজনমানক গ্ৰেপ্তাৰ কৰিছোঁ। ঘটনাটোৰ এটা বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।’’

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd