• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌৰ বিস্ফোৰণ : ৮ জনক আটক, নিহতৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য প্ৰদান

পাৰ্শ্বজ্যোতি গগৈ, হিতোজ্জল চেতিয়া by পাৰ্শ্বজ্যোতি গগৈ, হিতোজ্জল চেতিয়া
November 23, 2018 6:38 pm
বিস্ফোৰণত নিহতৰ পৰিয়ালক থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ মুহূৰ্ত।

বিস্ফোৰণত নিহতৰ পৰিয়ালক থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ মুহূৰ্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অৰ্থাৎ ২২ নৱেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ ডিমৌত সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ডিমৌ আৰক্ষীয়ে আজি ৮ জন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ডিমৌত সংঘটিত বিস্ফোৰণৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিজিপি কুল শইকীয়াক ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ দিছিল।

Apply Now

ফলত ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি আজি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ৮ জন লোকক আটক কৰে। আটকাধীন লোক কেইজন ক্ৰমে প্ৰভাত সোণোৱাল, জীয়াউল হুছেইন, নিতুল হাজৰিকা, কিশোৰ পেটেল, পংকজ বৰা. বেদান্ত নাথ, ডিমাপুৰৰ টাংভিউ আৰু ইজ্জাল বুলি জানিব পৰা গৈছে।

আটকাধীন আটাইকেইজনকে সম্প্ৰতি ডিমৌ আৰক্ষী থানাত শীৰ্ষ আৰক্ষী বিষয়াই মাৰথান জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কালিৰ ঘটনাত নিহত কমল আগৰৱালা আৰু অনুপ গুপ্তাৰ পৰিয়ালৰ নিকটআত্মীয়ক সাক্ষাৎ কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।

ইফালে নিহতসকলৰ পৰিয়ালক অসম চৰকাৰৰ হৈ থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে।

কালিৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে বৰ্তমান জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলা প্ৰশাসনে নিৰাপত্তাৰ দিশটো গভীৰভাৱে পৰ্য্যলোচনা কৰাৰ লগতে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহৰ লগত ঘটনাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে।

তাৰোপৰি শিৱসাগৰ জিলাৰ লগত সংলগ্ন অসম অৰুণাচল আৰু অসম নাগালেণ্ড সীমান্তত নিৰাপত্তা কটকটীয়া কৰাৰ লগতে তীব্ৰ অভিযান চলোৱা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ, হিতোজ্জল চেতিয়া

পাৰ্শ্বজ্যোতি গগৈ, হিতোজ্জল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd