• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহুৰ-হাৰাংগাজাও প্ৰস্তাৱিত ‘হেৰিটেজ ৰে’লপথ’ সংৰক্ষণৰ উদ্যোগ ৰাজ্য চৰকাৰৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 25, 2018 9:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰডগজ হোৱাৰ আগতেই ৰে’ল কৰ্তৃপক্ষই মাহুৰ-হাৰাংগাজাও ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মিটাৰগজ ৰে’লপথক হেৰিটেজ হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল। বিশেষকৈ শতাব্দী প্ৰাচীন সেঁতু, ৰে’ল ষ্টেশ্যন, সুৰংগপথ সংৰক্ষণৰ উপৰি পৰ্যটকৰ আকৰ্ষণৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ব্ৰডগজ ৰে’লৰ শুভাৰম্ভ হোৱাৰ আজি তিনি বছৰ অতিক্ৰম হোৱাৰ পাছতো মিটাৰগজৰ সেঁতু, ট্ৰ্যাক আদি খুলি দিয়াৰ উপৰি ৰে’ল ষ্টেশ্যন আদিও পৰিত্যক্ত হৈ ৰৈছে।

আনহাতে, হেৰিটেজ সংৰক্ষণৰ যেন উমঘামেই নাই। অথচ মিটাৰগজ ৰে’লপথক হেৰিটেজ ৰে’লপথ হিচাপে ঘোষণা কৰাৰ কাৰণে পাৰ্বত্য জিলাৰ বিভিন্ন দল- সংগঠনে দীৰ্ঘ দিনৰ পৰাই দাবী জনাই আহিছিল। কিন্তু এই দাবীৰ প্ৰতি বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বা আগৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ইপিনে, ৰে’ল কৰ্তৃপক্ষৰ ফালৰ পৰা শতাব্দী প্ৰাচীন দৈয়াং সেঁতু নিলাম কৰাৰ লগতে দুখন ল’কমটিভো নিলাম কৰি দিয়া হয়।

Apply Now
IMG-20181123-WA0012
লামডিং ডিভিজনৰ ডি আৰ এমলৈ প্ৰেৰণ কৰা উৰ্দ্ধতন ৰে’ল কৰ্তৃপক্ষৰ পত্ৰখন।

অবশ্যে, শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ডিমা হাচাও জিলাৰ মাহুৰ-হাৰাংগাজাও মিটাৰগজ ৰে’লপথ হেৰিটেজ হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ পৰ্যটন বিভাগে ইয়াৰ চোৱাচিতা কৰিব। অলপতে এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয় মালিগাওৰ পৰা লামডিং ৰে’ল ডিভিজনৰ ডিআৰএমক প্ৰেৰণ কৰা পত্ৰত মিটাৰগজ ৰে’লপথ খুলি পেলোৱা কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়।

পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে ল’ৱাৰ হাফলঙত এখন ট্ৰেনিঙ স্কুলৰ উপৰি ৰে’ল মিউজিয়াম স্থাপন কৰা হ’ব। এন এফ ৰে’লৰ পত্ৰখনতেই ৰাজ্য চৰকাৰে হেৰিটেজ ৰে’লৰ কাৰণে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ব্ৰডগজ ৰে’লপথটো মাহুৰ ষ্টেশ্যনৰ পৰা ফালৰি কাটি গৈ বেলেগ দিশলৈ যায়। য’ত মিটাৰগজৰ মাহুৰ, মিগ্ৰেনদিচা, ল’ৱাৰ হাফলং,বাগেতাৰ, হাফলং হিল,জাতিঙ্গা,লংৰংগাজও, মাইলংদিচা আৰু হাৰাংগাজাও ষ্টেশ্যন বাদ পৰি ৰয়। ইপিনে, এই ষ্টেশ্যন কেইটাৰ ওপৰত নিৰ্ভৰ কৰি বৃটিছ আমোলৰ পৰা ৰে’লপথৰ দুই পাৰত এক সভ্যতাই গঢ় লৈ উঠে। ইয়াৰ লগতে এই ৰে’লপথ বহুতৰ জীবিকাৰো উৎস আছিল।

আনহাতে, মাহুৰৰ পৰা হাৰাংগাজাওলৈকে ৰে’লৰ দুই পাৰত দুই শতাধিক গাঁওত সহস্ৰাধিক লোকৰ বাসভূমি আছিল। কিন্তু  ২০১৪ চনৰ ৩০ চেপ্টেম্বৰত অন্তিম বাৰৰ কাৰণে মিটাৰগজ ৰে’ল চলাৰ বিপৰীতে ১ অক্টোবৰৰ পৰা চিৰ দিনৰ বাবে মিটাৰগজ বন্ধ হৈ পৰাত বিপাঙত পৰে পাহাৰীয়া ৰাইজ। কিয়নো ৰে’লেই আছিল এওঁলোকৰ একমাত্ৰ যাতায়তৰ মাধ্যম।

এতিয়া ৰাজ্য চৰকাৰে যদি মিটাৰগজ ৰে’লপথক হেৰিটেজ হিচাপে সংৰক্ষণ কৰে তেতিয়াহ’লে ৰে’লৰ দাঁতিত থকা গাঁওৰ ৰাইজ অৱশ্যেই উপকৃত হোৱাৰ বিপৰীতে পাৰ্বত্য পৰ্যটনৰ উন্নয়ন হ’ব তাত সন্দেহ নাই।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd