• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ কটাক্ষৰ উচিত প্ৰত্যুত্তৰ পৰেশ বৰুৱাৰ : স্বাধীন অসমৰ প্রথমজন প্ৰধান মন্ত্ৰী পাতিব হিমন্তক

নাগৰিকত্ব বিধেয়ক বিৰুদ্ধে অসমত যি ধৰণৰ ঢৌ উঠিছে, এয়া সাধাৰণ ঢৌ নহয় : পৰেশ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 3:34 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এখন সংবাদমেলত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্বই ‘পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম’ বুলি যি কটাক্ষ কৰিছিল, তাৰ সমুচিত প্ৰত্যুত্তৰ দিছে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

আজি সংবাদ মাধ্যমলৈ ফোন কৰি পৰেশ বৰুৱাই কয়, “যদি হিমন্তই মুখ্য মন্ত্ৰী হৈ অসমক স্বাধীন কৰাৰ বাবে ৰাষ্ট্ৰৰ নেতৃত্বক পতিয়ন নিয়াই প্ৰভাৱিত কৰিব পাৰে, তেন্তে আমি অসমলৈ ঘূৰি যাম। আৰু যদি সাৰ্বভৌম স্বাধীন অসম পোৱা যায়, তেৱেঁ প্ৰথমজন প্ৰধান মন্ত্ৰী হ’ব।”

Apply Now

উল্লেখযোগ্য যে আজি দিনৰ ভাগত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড০ হিমন্তই অন্যান্য বহুকেইটা প্ৰসংগত মন্তব্য আগ বঢ়োৱাৰ মাজতে পৰেশ বৰুৱাক লৈয়ো কটাক্ষ কৰিছিল। নিজৰ এক্তিয়াৰ বা ক্ষমতাৰ ভিতৰুৱা নোহোৱা সত্ত্বেও মন্ত্ৰী হিমন্তই পৰেশ বৰুৱা ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম বুলি দম্ভালি মাৰিছিল।

তাৰ কেইঘণ্টামানৰ ভিতৰতে পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ ফোন কৰি তেওঁৰ ক’ব লগীয়াখিনি জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহয় বুলি জানিহে মন্ত্ৰীজনে কৌশলগতভাৱে এই প্ৰস্তাৱ আগ বঢ়াইছে বুলি কয় পৰেশ বৰুৱাই। লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও গৃহীত নহয় বুলি দাবী কৰে বৰুৱাই। তেওঁ অসমত এই বিধেয়কখনৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ নহয় বুলি দাবী কৰে।

“অসমত যি ধৰণৰ ঢৌ উঠিছে, এয়া সাধাৰণ ঢৌ নহয়।” পৰেশ বৰুৱাই কয়।

হিমন্তক এজন বিচক্ষণ আৰু চতুৰ মন্ত্ৰী বুলিও অভিহিত কৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনে। “ড০ হিমন্তক এজন বিচক্ষণ আৰু চতুৰ মন্ত্ৰী। তেওঁৰ দৰে এজন লোক অসমৰ মুখ্য মন্ত্ৰী হোৱা উচিত। তেওঁক মই মুখ্য মন্ত্ৰী হোৱাটো বিচাৰো। মনে-প্ৰাণেই বিচাৰো।” এইদৰে কয় বৰুৱাই।

আনহাতে সাৰ্বভৌম অসম অসমীয়া মানুহৰ জন্মস্বত্ব বুলি দাবী কৰিবলৈ নেৰে সেনাধ্যক্ষজনে।

“অসমৰ এতিয়ালৈকে এজনো মুখ্য মন্ত্ৰীয়ে ভাৰত ৰাষ্ট্ৰৰ ওচৰত এইটো ক’বলৈ সাহস নকৰিলে যে অসমৰ সাৰ্বভৌমত্ব অসমীয়া মানুহৰ জন্মস্বত্ব।”

সাহসৰ অভাৱৰ বাবেই এয়া ক’ব নোৱাৰে বুলি কৈ হিমন্তৰ সাহস থকা বুলি কয়। “হিমন্তৰ সাহস আছে। মই হিমন্ত মুখ্য মন্ত্ৰী হোৱাটো বিচাৰো।” আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd