• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম’ মন্তব্যৰ অধিকাৰক লৈ প্ৰশ্ন

মই ৰাজনীতিৰ মানুহ, মন্তব্য কৰিমেই : হিমন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 27, 2018 10:34 pm
Himanta biswa sarma

হিমন্ত বিশ্ব শৰ্মা| ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা(স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম বুলি মন্ত্ৰী হিমন্তই যি মন্তব্য কৰিছিল, তাক বিশেষাধিকাৰ ভংগৰ সমাৰ্থক বুলি অভিযোগ কৰিছে তৃণমূল কংগ্ৰেছৰ দুজন সাংসদে। কেৱল সেয়ে নহয়, হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিব বুলি সাংসদদ্বয়ে জেপিচিৰ বৈঠকৰ সময়ত মন্তব্য কৰে।

আনহাতে কেন্দ্ৰীয় চৰকাৰে অনা এখন বিধেয়ক বাতিল কৰিম বুলি ক’ব পৰাকৈ হিমন্তই ক্ষমতা ক’ত পালে বুলি প্ৰশ্ন তুলিছে অন্যান্য কিছু পক্ষয়ো। তাৰোপৰি বিধেয়কখন সন্দৰ্ভত সকলো দিশ চালি-জাৰি চাবলৈ চৰকাৰে উভয় সদনৰ সাংসদেৰে এখন যুটীয়া সংসদীয় সমিতি গঠন কৰি দিছে আৰু এই সমিতিয়ে এতিয়াও দিশবোৰ চালি-জাৰি চাইহে আছে।

গতিকে বিধেয়কখনক লৈ তুলুঙা মন্তব্য কৰা আৰু বিধেয়কখন অনা-ননাৰ কৰ্তৃত্ব প্ৰকাশক মন্তব্যই মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতিৰ ভিতৰচ’ৰাত ক্ষোভৰ উৎগিৰণ ঘটাইছে।

জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা জেপিচিৰ সদস্য অধ্যাপক সৌগত ৰয় আৰু ডেৰেক অ’ বীৰেনে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ আজি নতুন দিল্লীত অনুষ্ঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠকতো অসন্তুষ্টি প্ৰকাশ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন অভিজ্ঞ ৰাজনৈতিক নেতাই অনধিকাৰভাৱে এই বিধেয়কখন বাতিল কৰিব বুলি উদ্ভট মন্তব্য কৰা বুলি তেওঁলোকে অভিযোগ কৰে।

মই ৰাজনীতিৰ মানুহ, মন্তব্য কৰিমেই : হিমন্ত

ইপিনে তৃণমূল কংগ্ৰেছৰ সাংসদদ্বয়ৰ মন্তব্যৰ পিছতে মন্ত্ৰী হিমন্তই প্ৰতিক্ৰিয়া কৰি কয়, “মই ৰাজনীতিৰ মানুহ, ৰাজনৈতিক মন্তব্য কৰিমেই।”

আনহাতে জেপিচি সন্দৰ্ভত মন্ত্রীজনে কয়- “যুটীয়া সংসদীয় কমিটীৰ সৈতে চৰকাৰ জড়িত নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যেতিয়ালৈ জেপিচিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়ালৈ চৰকাৰী পৰ্যায়ত ইয়াৰ আলোচনা নহয়।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd