• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এচাম বুদ্ধিজীৱীয়ে ন-অসমীয়া বনোৱাৰ ফেক্টৰী খুলিছে : হিমন্ত বিশ্ব শর্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2018 9:00 am
h-3-1140x570-750x375

পঞ্চায়তৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ এচাম বুদ্ধিজীৱীয়ে আলফালৈ যুৱক যোৱাৰ কথা কৈ পৰেশ বৰুৱাক লাইমলাইটলৈ আনিব বিচাৰে। বৃহস্পতিবাৰে তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তৱ্য কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মন্ত্ৰী শৰ্মাই আলফালৈ প্ৰতি বছৰে শ শ ল’ৰা যোৱাটো কোনো নতুন কথা নহয় বুলি মন্তব্য কৰিছিল। কিন্তু তিনিচুকীয়াৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী গৰাকীৰ সুৰ এইবাৰ সলনি হোৱা দেখা গ’ল। মন্ত্ৰী শৰ্মাই এইবাৰ বুদ্ধিজীৱীকহে তেওঁৰ আক্ৰমণৰ লক্ষ্য কৰি লয়।

Apply Now

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মুখ্য দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কয়, ‘’ আলফালৈ যোৱা যুৱক এজনৰ বাতৰিটোৱে পৰিয়ালক কিমান দুখ দিয়ে সেয়া বুদ্ধিজীৱীসকলে উপলব্ধি কৰিব নোৱাৰে। টিভিৰ আলোচনাত ভাগ লৈ আলফালৈ যুৱক যোৱা প্ৰসংগত চিঞৰি থকা সকলৰ ল’ৰাই আলফালৈ কেতিয়াও নাযায়। গাঁৱৰ যুৱকহে আলফালৈ যায়।‘’

বৃহস্পতিবাৰে তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰ যোগে বাহাদুৰ চালিআলি ৰংগমঞ্চত বিয়লি অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত  অংশগ্ৰহণ কৰে।

মন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত এচাম বৃদ্ধিজীৱীয়ে ন-অসমীয়া বনোৱাৰ ফেক্টৰী খুলিছে বুলি কৈ কটাক্ষ কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কেৱল সূতা-কম্বলৰ ৰাজনীতিতে আবদ্ধ হৈ থকা আৰু কংগ্ৰেছৰ দিনত গ্ৰামাঞ্চলসমূহত উন্নয়ন স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি কংগ্ৰেছক চোকা সমালোচনা কৰে।

কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি এতিয়া নোহোৱা হৈছে বুলি উল্লেখ কৰি শৰ্মাই এইবাৰ সম্পূৰ্ণ স্বচ্ছ ৰূপত এপিএছচিৰ পৰীক্ষাৰ ফল ওলোৱা বুলি দাবীও কৰে। বৃহস্পতিবাৰে নিৰ্বাচনী সভাত কেইবা হাজাৰ লোকৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে বিজেপিৰ সপক্ষে ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd