• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নার্ছ সন্থাত মতবিৰোধ : সম্পাদিকা জুনু চুতীয়াৰ নেতৃত্বত একাংশই অব্যাহত ৰাখিছে আন্দোলন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 30, 2018 10:04 am
46646606_948002172257232_8193119071714148352_n-750x375

সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্ম বিৰতি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম নাৰ্চ সন্থাই চলাই থকা আন্দোলনক লৈ সন্থাৰ নিজৰ মাজতেই মতবিৰোধ ঘটাৰ কথা জানিব পৰা গৈছে।

জানিব পৰা মতে সন্থাৰ সভাপতি অঞ্জনা শইকীয়াৰ সৈতে এটা অংশই কৰ্মবিৰতি স্থগিত কৰিব বিচাৰিছে। আনকি তেওঁলোকে কৰ্ম বিৰতি প্ৰত্যাহাৰ কৰি আজি কৰ্তব্যত যোগদানো কৰিছে।

Apply Now

আনহাতে, কালিৰ আলোচনাক লৈ সন্তুষ্ট নহয় সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙিয়াৰ সৈতে আনটো অংশ। সেই অংশটোৱে আন্দোলন অব্যাহত ৰখাৰ কথা স্পষ্ট কৰিছে। সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙিয়াই সন্থাই আন্দোলন স্থগিত কৰা নাই বুলি সংবাদ মাধ্যমক বিবৃতি যোগে জানিবলৈ দিয়ে।

429a461a-e0cb-4b64-88fc-ad9265d81aa1
নাৰ্ছ সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে সদৌ অসম নাৰ্চ সন্থাৰ আলোচনা অনুস্থিত হৈছিল। উক্ত আলোচনাৰ পাছতে নাৰ্ছ সন্থাৰ মাজত মত বিৰোধ ঘটে আৰু একাংশই আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিপৰীতে আন অংশই আন্দোলন চলাই যোৱাৰ পক্ষত সিদ্ধান্ত লয়।

সন্থাৰ সভাপতি অঞ্জনা শইকীয়াই কয়, “ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনা সৌহাৰ্দপূৰ্ণ আছিল। চৰকাৰে আমাৰ দাবীসমুহ বিবেচনা কৰাৰ অশ্বাস দিছে। গতিকে কৰ্মবিৰতি সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।”

আনহাতে, সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙিয়াই বৃহস্পতিবাৰৰ আলোচনাত অসন্তুষ্টি প্ৰকাশ কৰি আজি এক বিবৃতিযোগে আলোচনাৰ অন্তত দিয়া কাৰ্য বিৱৰণী (minutes) কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি কয়। পূৰ্বেও এনে ধৰণৰ ‘minutes’ দিছিল। তাত কোনো বিভাগীয় জাননী জাৰি কৰা নাই।

তেওঁ লগতে কয় যে আমি এই আন্দোলন স্থগিত ৰখাৰ পক্ষপাতী নহয়। চৰকাৰী জাননী (notifications) নোপোৱালৈকে আমি কেতিয়াও আমাৰ আন্দোলন প্ৰত্যাহাৰ নকৰো।

উল্লেখযোগ্য যে যোৱা সোমবাৰৰ পৰা সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি আহিছে। নাৰ্ছ সন্থাৰ কৰ্ম বিৰতি কাৰ্যসূচীৰ ফলত ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্যসেৱা খণ্ডত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় কেইখনৰ লগতে চৰকাৰী হাস্পাতলসমূহত ৰোগীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

দীৰ্ঘদিন ধৰি নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি নাৰ্ছ সন্থাই নাৰ্ছসকলৰ দৰমহা গাঁথনিত থকা বিসংগতি দূৰ কৰা, ষ্টাফ নাৰ্ছক সমহাৰত দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰা আদি দাবীত এই কৰ্মবিৰতি পালন কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd