• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰ্ছ সন্থাৰ আন্দোলন স্থগিত : সভানেত্ৰীৰ বিৰুদ্ধে ধন লৈ ৰাতিটোৰ ভিতৰতে মেনেজড হোৱাৰ অভিযোগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 30, 2018 6:46 pm
All Assam Nurse Santha

কাৰ্যনিৰ্বাহক সভাৰ পাছত দিয়া সংবাদমেলত সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ ষড়যন্ত্ৰৰ ফলত অৱশেষত আন্দোলনৰত সদৌ অসম নাৰ্ছ সন্থা দুটা গোটত ভাগ হৈ যোৱাই নহয়, দুয়োটা সমগ্ৰ আন্দোলনটোৱেই সাময়িকভাৱে স্থগিত ৰাখিব লগীয়া হৈছে।

কেৱল সেয়াই নহয়, খোদ সভানেত্ৰীৰ বিৰুদ্ধে ধনৰ বিনিময়ত মেনেজড হোৱাৰ অভিযোগ আনিলে সতীৰ্থ নাৰ্ছসকলেই।

Apply Now

উল্লেখযোগ্য যে যোৱা ২৬ নৱেম্বৰৰ পৰা সদৌ অসম নাৰ্ছ সন্থাই বিভিন্ন দাবীত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি আছিল।  কিন্তু আপোচ নকৰো বুলি কৈ কৰা আন্দোলন হঠাতে স্থগিত ৰাখে।

সন্থাই জনোৱামতে, আজি বিয়লি ২ বজাৰ পৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে সদৌ নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী। ২৯ নৱেম্বৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে হোৱা আলোচনাৰ পাছত আজি সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় সন্থাই।

গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত এখন কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক সভাৰ পাছতেই এখন সংবাদমেল যোগে সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই সিদ্ধান্তসমূহৰ বিষয়ে জানিবলৈ দিয়ে।

সম্পাদিকা দিহিঙীয়াই জানিবলৈ দিয়া মতে অহা ৪ ডিচেম্বৰত চৰকাৰৰ সৈতে সন্থাৰ আলোচনা হোৱাৰ কথা আছে। দৰমহাৰ গাঁথনিত থকা আঁসোৱাহ দূৰ কৰাৰ সন্দৰ্ভত আলোচনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি, ষ্টাফ নাৰ্ছৰ ছাৰ্ভিচ ৰুল সম্পৰ্কতো আলোচনা হ’ব। অৱশ্যে অলোচনাৰ সন্দৰ্ভত সংগঠনটোক কেৱল মৌখিকভাৱেহে জনোৱা হৈছে বুলি সাধাৰণ সম্পাদিকাগৰাকীয়ে জনায়।

আনহাতে, আজিৰ কাৰ্যনিৰ্বাহকত উপস্থিত নাথাকিল সভানেত্ৰী অঞ্জনা শইকীয়া। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ উপস্থিত নাই বুলি সাধাৰণ সম্পাদিকাই জানিবলৈ দিয়ে যদিও এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি তেওঁ পদত্যাগ কৰিছে।

এই সন্দৰ্ভত সাধাৰণ সম্পাদিকাই কয়, ’’সংবাদ মাধ্যমৰ আগত সভানেত্ৰীয়ে পদত্যাগ কৰিলে নহ’ব কৰ্ণধাৰ কমিটীক পদত্যাগ পত্ৰ দিব লাগিব।‘’

নাৰ্ছ সন্থাৰ মাজত বিভাজন অনাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নাৰ্ছ সন্থাৰ খোদ সাধাৰণ সম্পাদিকাই। তেওঁ অভিযোগ কৰে যে প্ৰশাসনৰ ফালৰ পৰা ভয়-ভীত প্ৰদৰ্শন কৰা হৈছে সন্থাৰ নাৰ্ছক।

তেওঁ কয় যে আন্দোলনৰ বাবে ৰোগীৰ কি গতি হৈছে সেয়া নাৰ্ছসকলে অনুভৱ কৰিব পাৰিছে। সংবাদ মাধ্যমৰ আগত স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে স্বাস্থ্য বিভাগ সুচাৰূপে চলাই আছে বুলি মিছা আৰু ভুৱা প্ৰচাৰ চলাই আছে বুলিও সম্পাদিকাগৰাকীয়ে কয়।

আনহাতে, সভানেত্ৰীৰ বিৰুদ্ধে আন্দোলন স্থগিত ৰাখিবলৈ ধন লোৱাৰ গুৰুতৰ অভিযোগ তোলে সাধাৰণ সম্পাদিকাই। সভানেত্ৰীৰ লগত নীলিমা শইকীয়া আৰু মঞ্জু শইকীয়া উপস্থিত আছিল বুলিও তেওঁ জানিবলৈ দিয়ে।

“সভানেত্ৰীয়ে যদি চৰকাৰী পক্ষৰ লগত মিতিৰালি কৰি নিজৰ পকেট গৰম কৰিব বিচাৰিছে তেনেহ’লে তেওঁ ধ্বংস হ’ব।” সম্পাদিকাগৰাকীয়ে কয়।

সম্পাদিকাগৰাকীয়ে পৰৱৰ্তী তাৰিখত হ’ব লগীয়া আলোচনাৰ জৰিয়তে সন্থাই প্ৰাপ্য দাবী নাপালে আন্দোলন চলাই নিয়াৰ হুংকাৰ দিয়ে। নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে তেওঁলোকে আন্দোলন চলাই নিব বুলিও স্পষ্ট কৰি দিয়ে।

অৱশ্যে, সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই ২৯ নৱেম্বৰৰ আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। সেইবাবে ৰোগীৰ স্বাৰ্থত আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছে বুলি জানিব দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd