• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীসকলৰ ‘প্ৰতাৰণা দিৱস’ৰ সমান্তৰালভাৱে কলাক্ষেত্ৰত প্ৰতিবন্ধী দিৱসৰ চৰকাৰী কাৰ্য্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 3, 2018 10:58 pm
Day of Persons with Disabilities

বিশ্ব প্ৰতিবন্ধী দিৱসৰ চৰকাৰী কাৰ্য্যসূচীত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঞ্চনা-প্ৰতাৰণাৰে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে প্ৰতিবন্ধীসকলক ‘প্ৰতাৰণা দিৱস’ পালন কৰিবলৈ বাধ্য কৰোৱা চৰকাৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিলে আন্তৰ্জাতিক দিব্যাংগ দিৱস।

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সীমিত সংখ্যক বিশেষভাৱে সক্ষম লোকক লৈয়ে সমাজ কল্যাণ বিভাগে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্য্যসূচী পতাৰ চেষ্টা কৰে।

Apply Now

উল্লেখযোগ্য যে চৰকাৰ বঞ্চনাৰ বিৰুদ্ধে আজি ৰাজ্যৰ প্ৰতিবন্ধীসকলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ নেতৃত্বত মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে ইয়াক প্ৰতাৰণা দিৱস নাম দিয়ে।

প্ৰতিবন্ধীৰ প্ৰতিবাদৰ বিপৰীতে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই চৰকাৰী কাৰ্যসূচীটোত উপস্থিত থাকি দিব্যাংগ পেঞ্চন আৰু স্বাস্থ্যজনিত আঁচনিসমূহ ফলপ্ৰসূ ৰূপায়ণৰ আশ্বাস প্ৰদান কৰে। লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে খালী হৈ থকা (বেকলগ) বিভিন্ন বিভাগৰ পদসমূহ পুৰণৰ যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও মন্ত্ৰী ব্ৰহ্মই প্ৰকাশ কৰে।

কিন্তু তেনেকৈ ক’লেও মন্ত্ৰীগৰাকীয়ে নিজ মুখেই স্বীকাৰ কৰে যে বিভিন্ন বিভাগত ৪,৪১৯টা পদত দিব্যাংগ লোকক নিযুক্তি দিয়াৰ কথা আছিল যদিও এতিয়া ইমান সংখ্যক পদ খালী নাই।

মুঠ ২৩টা বিভাগত এতিয়া বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে মাত্ৰ ৬৪০টাহে খালী পদ আছে।

আন ২৭ বিভাগৰ পৰা বেকলগ পদৰ তালিকা ওলাবলৈ বাকী আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে অহা ডিচেম্বৰৰ ভিতৰত এহেজাৰ পদত দিব্যাংগসকলক নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি আজিৰ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্যসূচীত  সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে আজিৰ কাৰ্য্যসূচীটোতে প্ৰমীলাৰাণী ব্ৰহ্মই দিব্যাংগসকলৰ উচ্চ শিক্ষাৰ বাবে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলোৱা বুলি কয়। ভাৰত চৰকাৰে অনুমোদন জনোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আধাৰশিলা বকোত স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd