• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি এ দিত ঐক্যবদ্ধ কোচ ৰাজবংশী, চাওতাল, সংখ্যালঘু, কলিতা, নাথ যোগী সংগঠন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 6, 2018 11:00 pm
Koch Rajbangshi, Chanthal, Nath Yogi, Minority, Kalita students' organisations join hands in Assam's BTAD

কোকৰাঝাৰত বৃ্হস্পতিবাৰে সংগঠনকেইটাৰ যৌথ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি চিক কেন্দ্ৰীয় শাসিত পৰিষদত পৰিণত কৰিব খুজি কেন্দ্ৰই লোৱা “পদক্ষেপ”ৰ বিৰোধিতাৰে ঐক্যবদ্ধ হৈছে কোচ ৰাজবংশী, চাওতাল, সংখ্যালঘু, কলিতা, নাথ যোগী সম্প্ৰদায়ৰ ছাত্ৰ সংগঠনসমূহ।

কোকৰাঝাৰৰ দিমলগাঁৱত বৃহস্পতিবাৰে অনুষ্ঠিত যৌথ সভাত এই “পদক্ষেপ”ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ অংগীকাৰ গ্ৰহণ কৰি অহা ১০ ডিচেম্বৰত কোকৰাঝাৰত এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেও সিদ্ধান্ত লৈছে আক্ৰাছু, এ বি এমছু, সদৌ চাওতালী ছাত্ৰ সন্থা, আকছু আৰু বিটিচি নাথ যোগী ছাত্ৰ সন্থাই।

Apply Now

পৰিষদ গঠনৰ কোনো আলোচনা হোৱা নাই বুলি কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰে কৰা ঘোষণা আৰু বিষয়টোক লৈ যোৱা ১৭ নৱেম্বৰত অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই দিয়া স্পষ্টীকৰণত আশ্বস্ত হোৱা নাই সংগঠনসমূহ।

“যোৱা ১৯ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত বড়ো নেতা আৰু ভাৰত চৰকাৰৰ মাজত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় পৰিষদ সন্দৰ্ভত আলোচনা হৈছিল নে নাই সেই বিষয়ে পল্লৱ ভট্টাচাৰ্য্যৰ পৰা আমি আক্ৰাছু আৰু আন সংগঠনসমূহে জানিব খুজিছিলো। কিন্তু বৈঠকৰ পিছত তেওঁ অৱলম্বন কৰা নীৰৱতাই বিৰোধী সংগঠনসমূহক অধিক সন্দেহী কৰি তুলিছে,” সাংবাদিকক এই মন্তব্য আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনৰ।

লগতে পঢ়ক– কেন্দ্ৰীয় শাসিত পৰিষদ গঠন সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যৰ মন্তব্য

সংগঠনকেইটা কোনো নিৰ্দিষ্ট সম্প্ৰদায় “বিদ্বেষী” নহয় বুলি সদৰী কৰি এবি এমছুৰ উপ সভাপতি আলি আজমে কয় যে বিটিচিৰ দমাই ৰাখিব খোজা নীতিৰ বিৰুদ্ধে আৰু সম অধিকাৰৰ দাবীত তেওঁলোক ঐক্যবদ্ধ হৈছে।

লগতে পঢ়ক– বড়োসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ সাজু; ডিচেম্বৰত হ’ব গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক

১০ ডিচেম্বৰত কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সংগঠনকেইটাই।

তাৰোপৰি অহা ১৪ ডিচেম্বৰত ৰাজ্যৰ সকলো জিলা সদৰত ধৰ্ণা কাৰ্য্যসূচী লোৱাৰ লগতে সংগঠনকেইটাই অহা ২১ ডিচেম্বৰত গুৱাহাটীত ৰাজ ভৱন ঘেৰাও কৰিব।

যৌথ সভাত নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰৱিন্দ নাথ, চাওতাল ছাত্ৰ সন্থাৰ চালিম মিঞ্জ আৰু আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনো উপস্থিত আছিল।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোৱা ১৯ নৱেম্বৰৰ আলোচনাত কেন্দ্ৰীয় পৰিষদক লৈ কোনো আলোচনা হোৱাৰ কথা নস্যাৎ কৰি এই আলোচনা বড়োলেণ্ড বিষয়ক বুলি স্পষ্ট কৰিছিল এবছুৰ সভাপতি প্ৰমোদ বড়োৱে। বৈঠকত পি জে এ চি বি এমৰ ৰাকেশ বড়ো আৰু গৰ্জন মুছাহাৰী আৰু দুজনকৈ প্ৰাক্তন সাংসদ ক্ৰমে য়ু জি ব্ৰহ্ম আৰু এছ কে বিচমুতিয়াৰিও উপস্থিত আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd