• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিজাল্ট নোলাওঁতেই চাউল চুৰ কৰি জে’লত সোমাল ‘নিকা’ বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
December 8, 2018 8:42 pm
assam bjp panchayat candidate in jail

বিজেপিৰ জে’ললৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিমুক্ত, নিকা পঞ্চায়তৰ প্ৰতিশ্ৰুতিৰে শাসনাধীন বিজেপিয়ে নিৰ্বাচনত ভোট বিচাৰি লগোৱা তালফাল শেষ নহওঁতেই দুৰ্ঘটনাত পতিত গাড়ীৰ পৰা চাউল চুৰ কৰি মঙলদৈত জে’লত সোমাইছে দলটোৰ ভূপেন ডেকা নামৰ পঞ্চায়ত প্ৰাৰ্থী এগৰাকী।

মঙলদৈৰ কুয়াপানী গাঁৱৰ নিজ ঘৰত চুৰি চাউলসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰা বিজেপি নেতাজনক শনিবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

Apply Now

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আউলাচৌখাৰ সমীপৰ বুংলাগড়ত শুকুৰবাৰে ৰাতি দুৰ্ঘটনাত পতিত এখন ত্ৰাকৰ পৰা বহুকেইবস্তা চাউল চুৰি কৰিছিল ডেকাই।

অভিযোগ পোৱাৰ লগে লগেই তৎকালে চলোৱা অভিযানত বিজেপি নেতাজনক ৭ বস্তা চুৰি চাউলৰ সৈতে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষীৰ দলটো।

গুৱাহাটীৰ পৰা যোৱা এখন ট্ৰাক (নং AS 01 DD 7159)ৰ সৈতে বিপৰীত দিশৰ পৰা অহা আন এখন (NL 01Q 4803)ৰ মুখামুখি সংঘৰ্ষ হৈ পথৰ দাঁতিত বাগৰি পৰিছিল চাউল ভৰ্তি গাড়ীখন।

ত্ৰাক মালিক শিৱ চন্দ্ৰ ৰয় আৰু চাউলখিনিৰ গৰাকী অজয় ব্ৰহ্মৰ এজাহাৰৰ ভিত্তিত বিজেপি নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত গোচৰ (নং ১০৯৬/১৮)ৰ ৰুজু কৰিছে মঙলদৈ আৰক্ষীয়ে।

যোৱা ৫ ডিচেম্বৰত সমাপ্ত হোৱা প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত আউলাচৌকা গাওঁ পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল ডেকাই।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd