• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আহোম যুগৰ কীৰ্তিচিহ্নসমূহৰ আশে-পাশে সমাৱেশ নিষিদ্ধ কৰাৰ বাবে গোহাৰি আটাছুৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
January 6, 2018 10:31 pm
ৰাজমাও পুখুৰী
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহত আৰু অধিক আপদৰ আশংকা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি যোৰহাট প্ৰশাসনৰ লগতে অসমৰ আন ঠাইতো এনে স্থান সমূহৰ সমীপত কোনো সংগঠনকে সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়াৰ বাবে গোহাৰি জনায়।

শেহতীয়াকৈ যোৰহাটৰ ৰাজমাও পুখুৰীত সংঘটিত ঘটনা সন্দৰ্ভত বিষ্টুৰাম বৰুৱা সভাঘৰত আয়োজিত এক নাগৰিক সভাত আটাছুৱে বেদখল আৰু ক্ষয়ক্ষতিৰ পৰা আহোম কীৰ্তিচিহ্ন সমূহ সুৰক্ষিত আৰু সংৰক্ষিত কৰাৰ পোষকতা কৰে।

Apply Now

আটাছুৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈয়ে কয় যে ঐতিহাসিক ৰাজমাও পুখুৰীত ৰাতিপুৱা আৰ এছ এছ সদস্য সকলে লাঠী চালনাৰ অনুশীলন কৰাটো ভাল লক্ষণ নহয়।

গগৈয়ে কয়, ‘এই ঘটনাটো আৰু ইয়াৰ পূৰ্বে প্ৰায় এবছৰ আগতে এনে এটা দলে আহোম ৰাজপ্ৰসাদ বগোৱা ঘটনাটোৱে এক বৈশিষ্ট্য বহন কৰিছে। প্ৰথমটো ঘটনা বাদ দিলেও এতিয়া কিন্তু আমি কোনো পৰিকল্পনা তলে তলে চলা বুলি আৰু আহোম কীৰ্তিচিহ্ন সমূহ সুৰক্ষিত নহয় বুলি আশংকা কৰিছো।’

তেওঁ কয় যে আনকি আটাছুৱেও এনে সমূহ স্থানত কোনো কাৰ্যসূচী আয়োজন কৰিলে জিলা প্ৰশাসনৰ পৰা অনুমতি লয়। কিন্তু কোনো এক সংগঠনে পুখুৰীটোৰ সমীপতে ৰাতিপুৱা খোজকাঢ়িবলৈ অহা লোক সকলৰ বাবে জনপ্ৰিয় এনে এটা স্থানত লাঠী চালনাৰ প্ৰশিক্ষণৰ দৰে আক্ৰমণাত্মক কাৰ্যসূচী ল’বলৈ -তাকো অনুমতি অবিহনে-  কেনেকৈ পাৰিলে।

গগৈয়ে লগতে কয়, ‘এনে ধৰণৰ কাৰ্যকলাপে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব। কাৰণ ই আমাৰ আৱেগত আঘাত কৰিছে।’

উল্লেখযোগ্য যে খ্ৰীষ্টমাছৰ দিনা লাঠী চালনা প্ৰশিক্ষণ কাৰ্যসূচীত বাধা প্ৰদান কৰোঁতে ৰাজমাও পুখুৰীৰ পাৰত আটাছু আৰু আৰ এছ এছ সদস্যৰ মাজত মৰামৰি লগাৰ পাছত দুয়োটা সংগঠনে ইটোৱে সিটোৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। গগৈয়ে লগতে চৰকাৰে আজিলৈকে এই স্থানসমূহ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

আটাছুৱে লগতে আৰক্ষীক ঘটনাটোৰ তদন্ত কৰাৰ বাবে আৰু শান্তি ভংগ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে দাবী জনায়।

নাগৰিক সভাখনত ২০ টাকৈ সংগঠনৰ প্ৰতিনিধিৰ উপৰি অন্যান্য বিভিন্ন ব্যক্তিয়েও অংশ  গ্ৰহণ কৰে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd