• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘স্বপ্নালয়’ৰ কিশোৰী নিৰ্যাতন : ২০ টা সংগঠনৰ অৱস্থান ধৰ্মঘট, সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ কৰাৰ হুংকাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 30, 2018 7:42 am
529
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপোৱা শিৱসাগৰৰ ‘স্বপ্নালয়’ নামৰ অনাথ আশ্ৰয় গৃহত কিশোৰীক যৌন নিৰ্যাতন চলাই বৰ্তমান পলাতক অৱস্থাত থকা স্নেহালয়ৰ পৰিচালক পৰাগ গোস্বামীক আজিলৈকে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত ২৯ ডিচেম্বৰত শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ২০ টা সংগঠনে যৌথ ভাৱে অৱস্থান ধৰ্মঘট পালন কৰে।

এজাহাৰ দাখিল কৰা ২৪ ঘণ্টাৰ পাছতো আৰক্ষীয়ে পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰাৰ লগতে  যৌথ সংগ্ৰামী মঞ্চই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে শিৱসাগৰ আৰক্ষীক। অন্যথা ২০ টা সংগঠনে পৰৱৰ্ত্তী সময়ত সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদত নামিব বুলি হুংকাৰ দিয়ে।

লগতে শিৱসাগৰ আৰক্ষীয়ে পৰাগ গোস্বামীক ৰক্ষণাবেক্ষণা দিয়াৰ অভিযোগ আনি ২০ টা সংগঠনৰ বিষয়ববীয়াই স্বাক্ষৰ কৰি জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰীলৈ পৰাগ গোস্বামীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি নিৰ্যাতিতা যুৱতী গৰাকীক ন্যায় প্ৰদানৰ দাবী তুলি  স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ধৰ্মঘটস্থলীতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত  শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাক সকলোৱে এক মুখে ধিক্কাৰ দিয়ে। প্ৰতিবাদী সভাত পৰাগ গোস্বামীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা, স্বপ্নালয়ত ঘটা সকলো বিলাক যৌন নিৰ্যাতনৰ ঘটনাৰ চি বি আইৰ জৰিয়তে তদন্ত কৰা, স্বপ্নালয়ে লাভ কৰা চৰকাৰী অনুদান আৰু ৰাইজৰ দান-বৰঙণিৰ খাতিয়ান ৰাজহুৱা কৰাৰ লগতে পৰাগ গোস্বামীৰ নেতৃত্বধীন চেপ নামৰ এন জি অ’ টোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰে।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd