• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্ৰ বোমাত অগপত খলকনি, তথাপি অটল অতুল!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 7, 2019 7:46 am
2018-09_38152ebf-3a10-4e62-91b1-8ae984edfaa7_33d7d8b4_342b_4bd2_b971_badd40cdcf5b
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ সৃষ্ট ৰাজ্যজোৰা প্ৰতিবাদৰ মাজত এতিয়াও “কঠোৰ সিদ্ধান্ত” নোলোৱা অগপৰ ভিতৰচ’ৰাত বিস্ফোৰণৰ উকমুকনি তুলিছে তৃণমূল কৰ্মীৰ এখন পত্ৰই।

কিন্তু খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মাটিতে বিধেয়কখনকলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ পাছতো এতিয়াও সাক্ষাৎ আৰু পত্ৰ প্ৰেৰণৰ ৰাজনীতিত অটল আছে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰা।

Apply Now

মিত্ৰ বিজেপিক ধাৰাবাহিকভাৱে অগপ শীৰ্ষ নেতৃত্বই দি অহা “কঠোৰ সিদ্ধান্ত”ৰ সকীয়নিৰ সলনি “সোনকালে গ্ৰহণ”ৰ বাবে মন্ত্ৰী তথা দলটোৰ সভাপতিজনলৈ পত্ৰ প্ৰেৰণ কৰিছে অগপৰ গুৱাহাটী সমিতিয়ে।

IMG-20190106-WA0100
অগপৰ তৃণমূল কর্মীৰ নেতৃত্বলৈ লিখা পত্ৰ।

“দলে বিগত দিনত গ্ৰহণ কৰা কঠোৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰাত যাতে পলম নকৰে তাৰ বাবে আমি মহানগৰ সমিতিয়ে অনুৰোধ জনাইছো,” সভাপতিলৈ পত্ৰত অনুৰোধ মহানগৰ সমিতিৰ সভাপতি জিতেন ডেকা, কাৰ্য্যকৰী সভাপতি হেমেন লহকৰ আৰু সাধাৰণ সম্পাদকদ্বয় গিৰীণ তালুকদাৰ আৰু খনীন্দ্ৰ বৰাৰ।

মিত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বিধেয়কৰ যোগেদি অবৈধ বাংলাদেশীক সাম্প্ৰদায়িকতাৰে বিভক্ত কৰি অসমত সংস্থাপন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বৰ স্থিতিৰ বিপৰীতে ‘আত্ম সন্মানত আঘাত লাগিছে’ অগপৰ তৃণমূল কৰ্মীৰ। সেয়ে কৰ্মীসকলৰ ‘আত্ম সন্মান’ ৰক্ষা কৰিবলৈ সভাপতি অতুল বৰালৈ কাতৰ অনুৰোধ জনাইছে অগপৰ তৃণমূল কৰ্মীয়ে।

এই সন্দৰ্ভত দলটোৰ গুৱাহাটী মহানগৰ সমিতিয়ে দলৰ নেতৃত্বলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সম্প্ৰতি এই পত্ৰই খলকনি তুলিছে অগপৰ আমবাৰী কাৰ্যালয়ত।

IMG-20190106-WA0099
তৃণমূল কৰ্মীৰ অগপৰ নেতৃত্বলৈ লিখা পত্ৰ।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাত নেতৃত্বক পলম নকৰিবলৈ মহানগৰ সমিতিয়ে এই পত্ৰযোগে কাতৰ অনুৰোধ জনাইছে। লগতে দলৰ বিভিন্ন নেতাৰ কৰ্মকাণ্ডই মহানগৰ সমিতিৰ নেতৃত্বৰ লগতে তৃণমূল কৰ্মীসকলৰ মনোবল হ্ৰাস কৰিছে বুলিও পত্ৰখনত উল্লেখ কৰিছে।

‘অসমৰ বৰ্তমানৰ সংকটময় পৰিস্থিতিৰ সময়ত দলে এক শক্তিশালী অৱস্থান গ্ৰহণ কৰি সমগ্ৰ জাতিটোক এক ভয়াৱহ ভৱিষ্যতৰ পৰা মুক্ত কৰাৰ নেতৃত্ব গ্ৰহণ কৰাৰ বাবে আপোচবিহীন সিদ্ধান্ত গ্ৰহণ কৰা উচিত বুলি আমি অনুভৱ কৰো’, পত্ৰখনত মহানগৰ সমিতিয়ে উল্লেখ কৰিছে।

বিজেপিৰ সৈতে মিত্ৰতাত থাকি অগপই সম মৰ্যাদা নোপোৱা, বিজেপিয়ে দম্ভ, অহংকাৰ, শালীনতা চেৰাই যোৱা পৰিলক্ষিত হোৱা বুলিও উল্লেখ আছে পত্ৰখনত।

‘এক আত্মসন্মান থকা দলীয় কৰ্মী হিচাপে আমি মহানগৰ সমিতিৰ সকলো সদস্যই মৰ্মাহত হৈছো’ বুলিও মহানগৰ সমিতিয়ে খেদ প্ৰকাশ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd