• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নগাঁৱত ক’লা পতাকা প্ৰদৰ্শন আছুৰ

মিণ্টু দাস by মিণ্টু দাস
January 9, 2019 9:19 pm
c2649a89-cd89-433c-9994-07f0a1158095

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নগাঁওত ক'লা পতাকা প্ৰদৰ্শন আছুৰ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে সমগ্ৰ নগাঁও জিলা। এই উত্তাল পৰিস্থিতিৰ মাজতেই আজি ক’লা পতাকাৰ সন্মুখীন হ’বলগা হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

উল্লেখ্য যে, আজি নগাঁও জিলা বিজেপিৰ উদ্যোগত স্থানীয় খগেন মহন্ত প্ৰেক্ষাগৃহত দলটোৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি ওভতাৰ পথত বিজেপিৰ সভাপতি গৰাকীক আছুৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

Apply Now

সভাখনৰ পৰা উভতি অহাৰ পথত নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত এই ক’লা পতাকা দেখুৱাই বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী ছাত্ৰ সদস্য সকলে জাতিদ্ৰোহী বিজেপি মুৰ্দাবাদ, ৰঞ্জিত দাস গ’ বেগ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি ধ্বনিৰে বিজেপিৰ সভাপতিগৰাকীক কঠোৰ সকীয়নি প্ৰদান কৰি অসমীয়া জাতিৰ পৰিপন্থী কাম নকৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনায়। অন্যথা অনাগত সময়ত চৰকাৰ আৰু বিজেপিয়ে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব সকীয়াই দিয়ে।

আজি আচম্বিতে বিজেপিৰ সভাপতিগৰাকীক আছুৰ নেতা-কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাত তেওঁ অস্বস্তিত পৰিব লগা হয়। এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে দৌৰা-দৌৰিকৈ আহি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আছুৰ কৰ্মীসকলক খেদি পঠিয়ায়।

মনকৰিবলগীয়া যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে নগাঁৱত বিগত দুদিন ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত বিজেপিৰ সভাপতি গৰাকীৰ নগাঁও আগমনক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা নগাঁও আৰক্ষীয়ে আৱৰ্ত ভৱন চৌহদত ব্যাপক নিৰাপত্তা বাহিনীৰ লোক নিয়োজিত কৰে।

আনকি, নগাঁও আৱৰ্ত ভৱনৰ ভিতৰত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি মূল প্ৰৱেশদ্বাৰৰ গেইট বন্ধ কৰি দিয়ে। মুঠতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে আৱৰ্ত ভৱন চৌহদ এলেকাটো এক অভেদ্য দুৰ্গত পৰিণত কৰাৰ পাছতো আছুৱে আজি বিজেপিৰ সভাপতিগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰা কাৰ্য‌ই বিশেষ তাৎপৰ্য বহন কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd