• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ডিব্ৰুগড়ত আটাছুৰ প্ৰতিবাদ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 12, 2019 8:19 am
IMG-20190111-WA0037
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) সদস্যই যোৱা কালি ১১ জানুৱাৰি শুকুৰবাৰে ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্লেকাৰ্ড আৰু বেনাৰ দেখুৱাই এঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত চলাচল কৰা যান-বাহন চলাচলত যথেষ্ট বাধাগ্ৰস্ত হয়।
আটাছুৰ বৰপথাৰ গোটৰ সভাপতি অমৃত গগৈয়ে কয়, ‘‘আমি নাগৰিকত্ব বিধেয়কখন বাতিল কৰাৰ দাবী জনাইছোঁ কাৰণ এয়া অসমীয়া জনতাৰ মানসিকতাত আঘাত কৰিছে। এনেধৰণৰ এখন বিধেয়ক গৃহীত কৰি বিজেপিয়ে অসমৰ ধৰ্ম নিৰপেক্ষ গাঁথনিটো নষ্ট কৰিব বিচাৰিছে।’’ আটাছুৰ নেতাগৰাকী যোৱা ১১ ঘণ্টীয়া বন্ধৰ সময়চোৱাত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধত গ্ৰেপ্তাৰ কৰা ১১গৰাকী ব্যক্তিক মুক্তি দিয়াৰ দাবী কৰাৰ লগতে  লগতে শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা বিশিষ্ট বুদ্ধিজীবি ড০ হীৰেন গোহাই, মনজিৎ মহন্ত আৰু অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা ৰাষ্ট্ৰদ্ৰোহত উচতনি দিয়া গোচৰ উঠাই লোৱাৰ দাবী তোলে।

Apply Now

আনহাতে ডিব্ৰুগড় উকীল সন্থাৰ সদস্যসকলেও ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ৰ পৰা থানা চাৰিআলিলৈ এটা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। অধিবক্তসকলে বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি শ্লোগান দিয়ে।

উল্লেখ্য যে ১৯৫৫ নাৰিকত্ব আইনৰ সংশোধনী ঘটাবলৈ লোকসভাত ২০১৬ত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰা হৈছিল। এই বিধেয়কখনত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খৃষ্টিয়ান ধৰ্মাৱলম্বী লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন ঘটাব বিচৰা হৈছে।
নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন কৰিব বিচৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক স্পষ্ট কৰি যুটীয়া সংশোধনী সমিতিয়ে বৃহস্পতিবাৰে এখন প্ৰতিৱেদন গৃহীত কৰে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd