• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যক্ষ হিতেন গোস্বামীৰ পত্ৰত ভীষণ ক্ষুব্ধ ৰাম মাধৱ

ৰুদ্ধদ্বাৰ বৈঠকত দলৰ বিধেয়ক বিৰোধী নেতালৈ কঠোৰ সাৱধান বাণী বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
January 18, 2019 9:14 pm
Ram Madhav unhappy over Assam legislative assembly speaker Hiten Goswami's stance on citizenship bill

ৰাম মাধৱ। সৌজন্য: thepeoplepost.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংবাদ মাধ্যমত দিয়া বিবৃতি আৰু কেইজনমান বিজেপি বিধায়কৰ শেহতীয়া স্থিতিত ভীষণ ক্ষুব্ধ দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিশেষকৈ সংবাদ মাধ্যমলৈ বিধান সভাৰ অধ্যক্ষৰ বিধেয়ক বিৰোধী পত্ৰই তীব্ৰ অস্বস্তিত পেলাইছে গেৰুৱা দলটোক। আৰু বৃহস্পতিবাৰে গুৱাহাটীত এক ৰুদ্ধদ্বাৰ বৈঠকত এই সন্দৰ্ভত দলৰ নেতালৈ কঠোৰ সাৱধানবাণী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে।

Apply Now

“কিবা বিষয় থাকিলে প্ৰথম দলৰ মজিয়াত উত্থাপন কৰিব লাগে। ৰাজহুৱা বিবৃতিৰে বিধান সভাৰ অধ্যক্ষ আৰু বিধায়ককেইজনে কি প্ৰমাণ কৰিব খুজিছে?” ৰাম মাধৱৰ প্ৰশ্নৰে নৰ্থ ইষ্ট নাও-ত এই উদ্ধৃতি নাম প্ৰকাশ কৰিব নোখোজা বৈঠকত উপস্থিত এজন ৰাজ্যিক বিজেপি নেতাৰ। সূত্ৰ অনুসৰি বৈঠকখনত মুখ্য মন্ত্ৰী সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাজনো নেতা উপস্থিত আছিল।

লগতে পঢ়ক– খিলঞ্জীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে: অধ্যক্ষ হিতেন গোস্বামী

বিজেপি সূত্ৰ মতে বিধেয়কক লৈ “দুবাৰ ভাবিব লগা নাই” বুলি বৈঠকত স্পষ্ট কৰি দিয়ে আসন্ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত “ক্ষতি নিৰাময়”ৰ বাবে দিল্লীৰ পৰা ঢপলিয়াই অহা নেতাজনে।

“বিধেয়কক লৈ দলৰ স্থিতি স্পষ্ট। বিধেয়কখন আইনত পৰিণত কৰি গোটেই দেশতে প্ৰয়োগ কৰিব খোজে দলে। ইয়াক লৈ দুবাৰ ভাবিব লগা নাই,” ৰাম মাধৱৰ স্পষ্টীকৰণৰ উদ্ধৃতি বিজেপি নেতাৰ।

খিলঞ্জীয়াই গ্ৰহণ কৰিব নোখোজা কোনো বিষয় বিৱেকে নামানে বুলি উল্লেখ কৰি কিছুদিন পূৰ্বে বিধেয়ক বিৰোধিতাৰ ইংগিত দিছিল বিধান সভাৰ অধ্যক্ষ গোস্বামীয়ে।

বিজেপি বিধায়ক অতুল বৰাই পূৰ্বৰে পৰা বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে গোস্বামীৰ সেই বিবৃতিৰ পিছতে একেই স্থিতি ঘোষণা কৰিছিল ৰিতুপৰ্ণ বৰুৱা, পদ্ম হাজৰিকা, দেৱানন্দ হাজৰিকা আদি কেইবাজনো বিধায়কে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd