• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 7:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমবৰ্ধমান, জনবহুল গুৱাহাটীৰ বুকুত ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কানন উশাহ লোৱাৰ অকমান মুকলি ঠাই মহানগৰবাসীৰ। অন্ততঃ সেই উদ্দেশ্যেৰেই উদ্যানখনৰ ব্যৱস্থা কৰিছিল জি এম ডি এ’ই।

ব্যস্ত মহানগৰীৰ অলপ মুকলি উশাহ ল’বলৈ উদ্যানখনত প্ৰতিদিনে কাহিলী পুৱাৰে পৰা আগমন হয় অসংখ্য লোকৰ। ডেকা-ডেকেৰীতকৈ সেইসকলৰ মাজত জ্যেষ্ঠ লোকৰ সংখ্যা বেছি। আকৌ এদিন সুস্থ হোৱাৰ আশাত পক্ষাঘাতত আক্ৰান্ত ৰোগীসকলো আনৰ হাতত ধৰি তাত খোজ দিবলৈ আহে। ইয়াত আছে এটা লাফিং ক্লাবো।

Apply Now

আৰু গণৰাজ্য দিৱসৰ দিনাই “মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচী থকাৰ বাবে” পুৱাৰে পৰা হঠাতে বন্ধ কৰি দিয়া হ’ল উদ্যানখন। নাই কোনো আগতীয়া জাননী।

উদ্যানখনৰ প্ৰৱেশ পথত দণ্ডায়মান অসম আৰক্ষীৰ জোৱানে এজন এজনকৈ ঘূৰাই পঠাইছে উদ্যানখনত প্ৰতিদিনে পুৱা সমাগম হোৱা প্ৰায় ৫০০গৰাকী লোকক।

প্ৰতিদিনে যোৱাৰ দৰে তাত খোজ কাঢ়িবলৈ গৈ পুৱা ৬ বজাতে উপস্থিত হোৱা এজন জ্যেষ্ঠ লোকে এই নিষিদ্ধতাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাত আৰক্ষীৰ উত্তৰ, “ওপৰৰ নিৰ্দেশ আছে।” ব্যক্তিজনে নিৰ্দেশৰ জাননী চাব খোজাত আহি ওলাল গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ!

“আজিলৈ এৰক আৰু। চি এমৰ কাৰ্য্যসূচী আছে,” কৰমৰ্দনেৰে জ্যেষ্ঠ নাগৰিকজনক এই দিহা আই পি এছ কুমাৰৰ!

গণৰাজ্য দিৱস বা আন যিকোনো দিনতে স্বদেশৰ নাগৰিকৰ চলাচলৰ স্বাধীনতাত এইটো কি ধৰণৰ হস্তক্ষেপ, প্ৰশ্ন খোজ কাঢ়িবলৈ গৈ বিমুখ হোৱা ভাৰতৰ নাগৰিকজনৰ। “গণৰাজ্য দিৱসৰ ৰাতিপুৱাতে এইটো নাগৰিকলৈ মুখ্য মন্ত্ৰীৰ কি ধৰণৰ উপহাৰ?” প্ৰশ্ন নাম প্ৰকাশ কৰিব নোখোজা আন এজন ব্যক্তিৰ। নাম প্ৰকাশ কৰিব নোখোজাৰ কাৰণ “‘Obvious’, you know, democracy, republic!”, নিৰীহ নাগৰিকৰ উত্তৰ।

মনত পেলাব নিশ্চয় পাৰি, শাসনলৈ আহি এইজন মুখ্য মন্ত্ৰী সোণোৱালে সাধাৰণ নাগৰিকৰ সৈতে ত্ৰেফিক নিয়ম মানিছিল। তাক লৈ চলিছিল ব্যাপক চৰ্চা। এতিয়া নামানে! নিজৰ চাবুৱাৰ ঘৰলৈ ৰে’লত গৈছিল। এতিয়া হেলিকপ্তাৰত উৰে।

সেয়া দেখুৱাবলৈ আছিল, ৫ বছৰ নৌহওঁতেই সময়ে প্ৰমাণ কৰিলে।

গণতন্ত্ৰৰ আধাৰ ইয়াৰ জনসাধাৰণ, দেশৰ নাগৰিক। নহ’লে কাৰ বাবে এই গণতন্ত্ৰ, আৰু কাৰ দ্বাৰা?

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd