• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশাটোৰ ভিতৰতে সন্ন্যাসী হৈ পৰিল হিমন্ত : মাতংগ সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2019 1:39 pm
matang-750x375

মাতংগ সিং। ফাইল ফটো : ৰিডিফমেইল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ সাংসদ হোৱা মাতংগ সিঙৰ অনুভৱ যে হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা দলটোত যোগদান কৰি এক বহু কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্তৰ পৰা নিশাটোৰ ভিতৰতে এগৰাকী সন্ন্যাসী হৈ পৰিল।

জ্যেষ্ঠ সাংবাদিক, কেইবাখনো ৰাষ্ট্ৰীয় দৈনিক কাকতৰ প্ৰাক্তন সম্পাদক, নিৱন্ধকাৰ তথা লেখক সম্ৰাট চৌধুৰীয়ে তেওঁৰ অ’ফিচিয়েল টুইটাৰ পেজত টুইট কৰিছিল এনেদৰে :

Apply Now
b9de8622-4155-42f4-8f2c-2c16519c4416
এই টুইটৰ জৰিয়তে মাতংগ সিঙে সম্পূৰ্ণভাৱে তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে

 

487b796d-b6c3-402d-a9f6-81f8c13c82f8

‘’সাৰদা কেলেংকাৰিত জড়িত দুটা বিখ্যাত নাম মুকুল ৰয় আৰু হিমন্ত বিশ্ব শৰ্মা, দুয়োগৰাকীয়েই বিজেপিত যোগ দিয়াৰ আগলৈকে চিবিআইৰ জালত সোমাই আছিল… বিজেপিত যোগদান কৰি তেওঁলোক স্বয়ংসিদ্ধভাৱে সন্ন্যাসী হৈ পৰিল। বিজেপিত যোগদান কুম্ভমেলাত গংগাস্নানতকৈয়ো অধিক পৱিত্ৰ।‘’

স্মৰ্তব্য যে অসমৰ বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকী কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰী হৈ থকা সময়ছোৱাতো অত্যন্ত প্ৰভাৱশালী আছিল।

সেই সময়ছোৱাতে বহু কোটিটকীয়া সাৰদা কেলেংকাৰিত তেওঁ অভিযুক্ত হোৱাৰ পাছত চিবিআইয়ে কেইবাবাৰো তেওঁক কলকাতালৈ মাতি নি জেৰা চলাইছিল।

অৱশ্যে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সেই সকলোবোৰ তদন্ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ পাছতে ধোঁৱাচাঙত উঠিল।

উল্লেখযোগ্য যে মাতংগ সিঙক সাৰদা চিট ফাণ্ড কেলেংকাৰিত জড়িত থকাৰ অভিযোগত চিবিআইয়ে ২০১৫ চনৰ ৩১ জানুৱাৰিত গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ আনকি কাৰাবাস খাটিবলগীয়া হৈছিল তথা বহুদিন কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছিল।

অৱশ্যে, এগৰাকী প্ৰসিদ্ধ কংগ্ৰেছী নেতা হিচাপে তেওঁ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ প্ৰতি অনুগত হৈয়েই আছে।

দেওবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ মাজত বাক্ যুদ্ধ তুংগত উঠাৰ পাছতেই এই সকলোবোৰ মুকলি হৈ পৰিছে।

কলকাতা আৰক্ষীৰ এটা দলে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ চৰকাৰী বাসভৱনত দেওবাৰে সন্ধিয়া চিবিআইৰ এটা আঠজনীয়া দল উপস্থিত হৈ তেওঁক প্ৰশ্ন কৰিব বিচৰাৰ পাছত তেওঁলোকক ওচৰৰ আৰক্ষী থানালৈ বলপূৰ্বক লৈ যাবলৈ বিচাৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত অভূতপূৰ্ব সংঘাত সৃষ্টি হৈছিল।

অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যতে সাৰদা কেলেংকাৰিত হিমন্ত বিশ্ব শৰ্মাৰ দৰে প্ৰভাৱশালী ৰাজনীতিক আৰু প্ৰাক্তন ৰে’ল মন্ত্ৰী তথা এসময়ৰ মমতাৰ ঘনিষ্ঠ মুকুল ৰয় জড়িত হৈ থকাৰ বিষয়টোৱে ইতিমধ্যে যথেষ্ট পানী ঘোলা কৰিছে আৰু আইনৰ দিশৰ পৰা বিশেষ গুৰুত্ব বহন কৰিছে।

তাৎপৰ্যপূৰ্ভাৱে মাতংগ সিঙৰ প্ৰতিক্ৰিয়াটো এনেকুৱা এটা সময়ত আহিছে য’ত তেওঁ নিজেই এই কেলেংকাৰিৰ এগৰাকী অভিযুক্ত হোৱাৰ লগতে আইনৰ আওঁতাত সোমাই শাস্তিৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd