• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অধ্যাপক ইদ্ৰিছ আলীলৈ সাংস্কৃতিক বিভাগৰ প্ৰথম ‘গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 4:08 pm
Idris-Ali-750x375

অধ্যাপক ইদ্ৰিছ আলী। ফাইল ফটো।

945
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ এজন স্বনামধন্য কবি, গীতিকাৰ, লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলীলৈ আগ বঢ়োৱা হৈছে গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা-২০১৮। এই কথা জানিবলৈ দিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সূত্ৰই। অসমৰ প্ৰখ্যাত গীতিকবিজনৰ নামত সাংস্কৃতিক বিভাগে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰচলন কৰিছে।

অধ্যাপক আলীক ৫ ফেব্ৰুৱাৰিৰ আবেলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব লগীয়া এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এই বঁটাটো প্ৰদান কৰা হ’ব। বঁটাত এখন মানপত্ৰৰ লগতে আছে ২ লাখ টকাৰ মাননি।

অধ্যাপক ইদ্ৰিছ আলীয়ে অসমীয়া কথা-সাহিত্য, কাব্য-সাহিত্য আৰু গীতি-সাহিত্য জগতলৈ আগ বঢ়োৱা বৰঙনিৰ বাবে পূৰ্বেও ২০১৩ চনত কলংপাৰ বঁটা লাভ কৰিছিল। মঙলদৈ চহৰৰ সাহিত্য নগৰৰ নিৱাসী আলী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত গীতিকাৰো।

অসম সাহিত্য সভাৰ উপ-সভাপতি, অসম কবি সমাজৰ উপ-সভাপতি আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে পদতো আলীয়ে কাৰ্য্য নিৰ্বাহ কৰিছিল। তেওঁ কেইবাখনো গ্ৰন্থও সংকলন তথা প্ৰণয়ন কৰিছে। গীতৰ সংকলন নিৰিবিলি, সুৰমিতা আৰু কবিতাপুথি ‘সুখৰ, দুখৰ আৰু প্ৰেমৰ’ উপৰি উপন্যাসো ৰচনা কৰিছে। তেওঁৰ ‘আগচোতালৰ মেল’ নামৰ উপন্যাসখনে মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ বঁটা লাভ কৰিছে।

‘‘মই অত্যন্ত সুখী যে এই বঁটাৰ জৰিয়তে মোৰ নামটো পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৈতে সম্পৰ্কিত হ’ল। পাৰ্বতিপ্ৰসাদক মই জ্যোতি আৰু বিষ্ণুৰ লগতে অসমীয়া সংগীত জগতৰ তিনিজন পুৰোহিতৰ মাজৰ এজন বুলি জ্ঞান কৰি আহিছো।’’ মহান গীতিকাৰজনৰ নামত দিয়া বঁটা লাভ কৰি নিজৰ আনন্দ প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওক জনালে আলীয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd