• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমাৰবন্ধাত প্ৰতিবাদকাৰীৰ জোঁৰ সমদলত বিজেপি কৰ্মীৰ বাধা প্ৰদান, প্ৰতিবাদকাৰীক অপদস্থ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 7, 2019 7:11 am
Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ছবি

2.1k
VIEWS
Share on FacebookShare on Twitter

কমাৰবন্ধাৰ ৰজনাখাত, মাউত গাঁও অঞ্চলত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কমাৰবন্ধা আঞ্চলিক সমিতিয়ে কালি অৰ্থাৎ ৬ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উলিওৱা এক প্রতিবাদী জোঁৰ সমদলত বিজেপি কৰ্মীয়ে আক্ৰমণ চলাই প্ৰতিবাদকাৰীক অপদস্থ কৰে।

ঘটনাৰ বিৱৰণি মতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা উক্ত সমদলত  কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনেও সহযোগ কৰিছিল। কিন্তু উক্ত প্ৰতিবাদী সমদলত বাধা প্ৰদান কৰি অঞ্চলটোৰ গজেন দাস আৰু তেওঁৰ কেইজনমান সহযোগীয়ে সমদলকাৰীসকলক কটু মন্তব্য কৰাৰ উপৰি প্ৰতিবাদী সভাত বাধা প্ৰদান কৰি মাইক্ৰফোন পৰ্যন্ত কাঢ়ি লয়।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ পিছতে প্ৰতিবাদকাৰীসকলে কমাৰবন্ধা আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এক  লিখিত অভিযোগ দিবলৈ যাওঁতে আৰক্ষীয়ে থানাত প্ৰৱেশত বাধা প্ৰদান কৰে। যাৰ ফলত প্ৰতিবাদকাৰীসকল ক্ষোভিত হৈ পৰে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত নিশা ৯.৩০ বজা পৰ্যন্ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অৱশ্যে পিছত কমাৰবন্ধা আৰক্ষী চকীত গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী  বিষয়া ৰূপজ্যোতি দত্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংগঠনৰ ফালৰ পৰা আৰক্ষীক লিখিত অভিযোগ দি দোষীক গ্ৰেপ্তাৰৰ বাবে দাবী জনাইছে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd