• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূববাসীৰ ‘আৰ্তনাদ’ অৱজ্ঞা কৰি নাগৰিকত্ব বিধেয়ক ১২ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন কৰিব বিজেপিয়ে

বিধেয়ক গৃহীত কৰিলে অসম তথা উত্তৰ-পূবত জুই জ্বলাৰ সম্ভাৱনা প্ৰবল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 12:33 am
People holding placards outside of Assam Administrative College during public hearing meeting on Citizenship (Amendment) Bill, 2016 at Assam Administrative College in Guwahati UB Photos

গুৱাহাটীৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ উত্তৰ-পূব বাসীৰ আপত্তি, প্ৰতিবাদ নেওচি নাগৰিকত্ব সংশোধনী বিধেয়ক ১২ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন হোৱাৰ দিশত। সংসদৰ বিশেষ অধিৱেশ আৰু মাত্ৰ দুদিন বাকী থকা অৱস্থাত মঙলবাৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন ৰাজ্যসভাত আলোচনাৰ বাবে উত্থাপন কৰাৰ কথা।

যদিও আলোচ্য বিষয়ৰ মূল সূচীত বিধেয়কখন উত্থাপনৰ কথা উল্লেখ নাছিল, শাসক বিজেপিয়ে কাইলৈ এইখন উত্থাপন কৰিবলৈ পৰিপূৰক সূচীত অন্তৰ্ভুক্ত কৰিছে বুলি এটা নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰিছে।

Apply Now

ইতিপূৰ্বে ইয়াৰ পূৰ্বৱৰ্তী অধিৱেশনত লোকসভাত গৃহীত হৈ থকা বিধেয়কখন আনুষ্ঠানিক আলোচনাৰ পিছতে ভোটৰ বাবে আগ বঢ়াই দিয়া হ’ব। ৰাজ্যসভাত শাসক বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ২০-২২জন সাংসদ কম আছে যদিও বিজেপিয়ে সেয়া মেনেজ কৰিবলৈ চেষ্টা কৰিব।

ইপিনে বিৰোধীৰ শক্তি বেছি থকা সত্ত্বেও বিধেয়কখনক লৈ বিৰোধী শিবিৰ যে বিভক্ত নহ’ব সেয়া নিশ্চিত নহয়। আনকি প্ৰধান বিৰোধী কংগ্ৰেছে কি স্থিতি লয়, সিও হ’ব এটা কোটি টকীয়া প্ৰশ্ন।

উল্লেখ কৰিব পাৰি যে সংসদৰ বিশেষ অধিৱেশ আৰু মাত্ৰ দুদিন বাকী থকাক চাই এইকেইদিনৰ ভিতৰতে যিকোনো সময়ত বিধেয়কখন ৰাজ্যসভাত উত্থাপিত হ’ব পাৰে বুলি শংকা কৰিয়েই উত্তৰ-পূবৰ দল-সংগঠন, ৰাজনৈতিক দল আদিৰ প্ৰতিনিধিয়ে ইয়াক প্ৰতিৰোধৰ বাবে দিল্লীত বাহৰ পাতি ৰাজনৈতিক তৎপৰতা চলাই আছে।

এই সকলোবোৰ সত্ত্বেও বদ্ধপৰিকৰ বিজেপিয়ে যিকোনো পৰ্য্যায়লৈ গৈ হ’লেও বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিলে অসম তথা উত্তৰ-পূবত জুই জ্বলাৰ সম্ভাৱনা প্ৰবল। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে অসম আন্দোলন সদৃশ পৰিস্থিতিয়ে মূৰ দাঙি উঠিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd