• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূববাসীৰ ‘আৰ্তনাদ’ অৱজ্ঞা কৰি নাগৰিকত্ব বিধেয়ক ১২ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন কৰিব বিজেপিয়ে

বিধেয়ক গৃহীত কৰিলে অসম তথা উত্তৰ-পূবত জুই জ্বলাৰ সম্ভাৱনা প্ৰবল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2019 8:04 am

2 min read

People holding placards outside of Assam Administrative College during public hearing meeting on Citizenship (Amendment) Bill, 2016 at Assam Administrative College in Guwahati UB Photos

গুৱাহাটীৰ এটা দৃশ্য।

466
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ উত্তৰ-পূব বাসীৰ আপত্তি, প্ৰতিবাদ নেওচি নাগৰিকত্ব সংশোধনী বিধেয়ক ১২ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন হোৱাৰ দিশত। সংসদৰ বিশেষ অধিৱেশ আৰু মাত্ৰ দুদিন বাকী থকা অৱস্থাত মঙলবাৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন ৰাজ্যসভাত আলোচনাৰ বাবে উত্থাপন কৰাৰ কথা।

যদিও আলোচ্য বিষয়ৰ মূল সূচীত বিধেয়কখন উত্থাপনৰ কথা উল্লেখ নাছিল, শাসক বিজেপিয়ে কাইলৈ এইখন উত্থাপন কৰিবলৈ পৰিপূৰক সূচীত অন্তৰ্ভুক্ত কৰিছে বুলি এটা নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰিছে।

ইতিপূৰ্বে ইয়াৰ পূৰ্বৱৰ্তী অধিৱেশনত লোকসভাত গৃহীত হৈ থকা বিধেয়কখন আনুষ্ঠানিক আলোচনাৰ পিছতে ভোটৰ বাবে আগ বঢ়াই দিয়া হ’ব। ৰাজ্যসভাত শাসক বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ২০-২২জন সাংসদ কম আছে যদিও বিজেপিয়ে সেয়া মেনেজ কৰিবলৈ চেষ্টা কৰিব।

ইপিনে বিৰোধীৰ শক্তি বেছি থকা সত্ত্বেও বিধেয়কখনক লৈ বিৰোধী শিবিৰ যে বিভক্ত নহ’ব সেয়া নিশ্চিত নহয়। আনকি প্ৰধান বিৰোধী কংগ্ৰেছে কি স্থিতি লয়, সিও হ’ব এটা কোটি টকীয়া প্ৰশ্ন।

উল্লেখ কৰিব পাৰি যে সংসদৰ বিশেষ অধিৱেশ আৰু মাত্ৰ দুদিন বাকী থকাক চাই এইকেইদিনৰ ভিতৰতে যিকোনো সময়ত বিধেয়কখন ৰাজ্যসভাত উত্থাপিত হ’ব পাৰে বুলি শংকা কৰিয়েই উত্তৰ-পূবৰ দল-সংগঠন, ৰাজনৈতিক দল আদিৰ প্ৰতিনিধিয়ে ইয়াক প্ৰতিৰোধৰ বাবে দিল্লীত বাহৰ পাতি ৰাজনৈতিক তৎপৰতা চলাই আছে।

এই সকলোবোৰ সত্ত্বেও বদ্ধপৰিকৰ বিজেপিয়ে যিকোনো পৰ্য্যায়লৈ গৈ হ’লেও বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিলে অসম তথা উত্তৰ-পূবত জুই জ্বলাৰ সম্ভাৱনা প্ৰবল। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে অসম আন্দোলন সদৃশ পৰিস্থিতিয়ে মূৰ দাঙি উঠিব পাৰে।

Recent News

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd