• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষী জোৱানৰ এন ডি এফ বিৰ সমৰ্থনত প্লে-কাৰ্ড

চাজিদ খান by চাজিদ খান
February 14, 2019 8:41 am
assam police support NDFB

অসম আৰক্ষী

744
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিত ১২ ফ্ৰেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা এখন প্ৰতিবাদী সভাত অসম আৰক্ষীৰ এজন কৰ্তব্যৰত জোৱানে বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ সমৰ্থনত ‘‘এন ডি এফ বি লং লিভ’’ লিখা প্লে কাৰ্ড লৈ থকা থকাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাক কেন্দ্ৰ কৰি এতিয়া অস্বস্তিত পৰিছে অসম আৰক্ষী।

মঙলবাৰে  বড়ো মহিলা ন্যায়ৰক্ষী সমিতি, বি পি চি পি আই আৰু এচ আই পি আৰৰ উদ্যোগত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত দোষী সাব্যস্ত হোৱা এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তি বিচাৰি ওদালগুৰিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল। উক্ত সভাতে আবেগক সম্বৰণ কৰিব নোৱাৰি ডিঙিত আৰণাই পৰিহিত আৰক্ষী জোৱান এজনে প্ৰতিবাদকাৰীৰ হাতৰ পৰা বিদ্ৰোহী সংগঠনটোৰ সমৰ্থনত লিখা প্লে কাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আৰক্ষী জোৱানজন লক্ষ্যধৰ ডেকা বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে জোৱানজন ওদালগুৰি চহৰত কৰ্তব্যৰত আছিল। ইতিমধ্যে ওদালগুৰি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ জোৱানজনৰ এনে কাৰ্য্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। এজন শীৰ্ষ পৰ্য্যায়ৰ আৰক্ষী বিষয়াই ঘটনাত দোষী সাব্যস্ত হ’লে জোৱানজনক নিলম্বন কৰা হ’ব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, চি বি আইৰ বিশেষ আদালতে ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd