• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| পানী নোলাওঁতেই ৰক্তাক্ত উত্তৰ গুৱাহাটীৰ জাইকা জলযোগান প্ৰকল্প

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
February 14, 2019 3:50 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত ২৪ ঘণ্টীয়া ৰাজহুৱা পানী যোগান আৰম্ভ নৌহওঁতেই ৰক্তাক্ত হৈ পৰিছে উত্তৰপাৰত নিৰ্মীয়মান জাইকা (Japan International Cooperation Agency) অধীন প্ৰকল্পটো।

অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ প্ৰকল্পটোত কৰ্মৰত অৱস্থাতে বৃহস্পতিবাৰে গধূৰ প্লে’টত পিষ্ট হৈ থিতাতে মৃত্যুমুখত পৰিছে ইন্দ্ৰেশ নামৰ এজন শ্ৰমিক। গুৰুতৰভাৱে আহত হৈছে তেওঁৰ আন এজন সতীৰ্থ।

নিহত ইন্দ্ৰেশৰ ঘৰ উত্তৰ প্ৰদেশত।

জানিব পৰা মতে “হাইড্ৰা” বাহনেৰে প্ৰকল্পটোৰ দাঙি থকা অৱস্থাত অতি গধূৰ প্লে’ট শ্ৰমিক দুজনৰ গাত বাগৰি পৰে।

জাইকাৰ অধীনত উত্তৰ গুৱাহাটীৰ লগতে দক্ষিণ মধ্য গুৱাহাটীতো এটা প্ৰকল্পৰ কাম চলি আছে।

লগতে পঢ়ক– গুৱাহাটীত ২৪ ঘণ্টাই খোৱা পানী, সাজু জল ব’ৰ্ড

জাইকাৰ দুটাৰ লগতে দক্ষিণ পশ্চিম গুৱাহাটীৰ বাবে JnNURMৰ অধীনত পাণ্ডুৰ সদিলাপুৰত এটা আৰু এছিয়ান ডিভেলপমেণ্ট বেংকৰ অধীনত দক্ষিণ পূব গুৱাহাটীত পানী যোগানৰ বাবে নুনমাটিত এটা প্ৰকল্পৰ নিৰ্মাণ চলি আছে।

জি এম ডি এ’ই চোৱা-চিতা কৰি থকা নিৰ্মীয়মান চাৰিওটা প্ৰকল্পৰে কাম সম্পূৰ্ণ হোৱাৰ পিছতে পানী যোগান আৰু মল নিষ্কাষণৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ ভাৰ ন্যস্ত হ’ব জল ব’ৰ্দৰ হাতত।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd