• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ২৪ ঘণ্টাই খোৱা পানী, সাজু জল ব’ৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2018 7:46 pm
Water-Supply-in guwahati750x536

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰবাসীলৈ স্বস্তিৰ বাৰ্তা কঢ়িয়াই শীঘ্ৰেই বাস্তৱত ৰূপায়িত হোৱাৰ পথত বছৰ বছৰ ধৰি কেৱল পিছুৱাই থকা ২৪ ঘণ্টাই খোৱাপানী যোগানৰ অভিলাষী আঁচনি।

নতুন বছৰৰ প্ৰথম ভাগতে পানী যোগানৰ কাম আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অভিযন্তাৰ ১২টা আৰু প্ৰশাসনিক ৯টা পদৰ বাবে নিযুক্তি মুকলি কৰিছে গুৱাহাটী জল যোগান আৰু মল নিষ্কাষণ ব’ৰ্দে।

Apply Now

অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰিবলৈ লোৱা এই পানী যোগান আঁচনিৰ বাবে অহা ৫ জানুৱাৰিৰ ভিতৰতে আবেদন পত্ৰ গ্ৰহণ কৰি তৎকালে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব খুজিছে ব’ৰ্দে।

মুকলি হোৱা পদসমূহত আবেদন কৰিবলৈ ক্লিক কৰক।

প্ৰকল্পসমূহৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা আৰু তদাৰকীৰ বাবে সাজু হৈ উঠা জল ব’ৰ্দৰ অধীনত প্ৰকল্পকেইটাৰ পানী যোগানৰ কামত নিয়োজিত হ’ব এইসকল অভিযন্তা আৰু প্ৰশাসনিক ব্যক্তি।

মহানগৰখনত নিৰ্মীয়মান ৪ওটা প্ৰকল্পৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে পানী যোগান আৰু মল নিষ্কাষণৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ ভাৰ ন্যস্ত হ’ব জল ব’ৰ্দৰ হাতত।

দক্ষিণ পশ্চিম গুৱাহাটীত পানী যোগানৰ বাবে JnNURMৰ অধীনত পাণ্ডুৰ সদিলাপুৰত এটা, Jicaৰ অধীনত দক্ষিণ মধ্য গুৱাহাটী আৰু উত্তৰ গুৱাহাটীত দুটা আৰু এছিয়ান ডিভেলপমেণ্ট বেংকৰ অধীনত দক্ষিণ পূব গুৱাহাটীত পানী যোগানৰ বাবে নুনমাটিত এটা প্ৰকল্পৰ নিৰ্মাণ চলি আছে। এই আটাইকেইটা প্ৰকল্পৰে তদাৰকী কৰি আছে গুৱাহাটী মেত্ৰ’পলিতান দিভেলপমেন্ত অথৰিটি (GMDA)এ।

দৈনিক মুঠ ৪৩৩ এম এল পৰিমাণৰ পানী শোধনৰ ক্ষমতাসম্পন্ন এই প্ৰকল্পকেইটা সম্পূৰ্ণ হ’লে গুৱাহাটীত খোৱা পানীৰ সংকটৰ মীমাংসা হ’ব বুলি দাবী কৰি আহিছে ৰূপায়ণকাৰী সংস্থাসমূহে।

গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পৰিচালিত ৭টা আৰু জল ব’ৰ্দৰ অধীনত পৰিচালিত ১টা ধৰি বৰ্তমান গুৱাহাটীত চলি থকা আওপুৰণি প্ৰকল্পকেইটাই মহানগৰখনৰ প্ৰায় ৩০ শতাংশ লোকৰহে জল প্ৰয়োজন দূৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd