• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে এম বিৰ সন্ত্ৰাসবাদী অসমৰ বৰপেটা জিলাৰ আৰিফুল ইছলাম কলকাতা আৰক্ষীৰ জালত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2019 9:28 am
Ariful Islam

ফটো সৌজন্য : আনন্দবজাৰ পত্ৰিকা।

720
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ বুদ্ধগয়া বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে ১৬ ফেব্ৰুৱাৰিৰ পুৱাতে কলকাতাৰে এটা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসমৰ বৰপেটা জিলাৰ আৰিফুল ইছলাম নামৰ এজন যুৱকক। আৰক্ষীৰ মতে আৰিফুল বাংলাদেশ ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদিন বাংলাদেশৰ (জে এম বি)ৰ এজন সক্ৰিয় সদস্য।

তদন্তকাৰী আৰক্ষীৰ দাবীমতে যোৱা বছৰ বুদ্ধগয়াৰ মহাবুধি মন্দিৰত দালাই লামাৰ ভ্ৰমণৰ ঠিক পিছতে হোৱা বোমা বিস্ফোৰণটোত জে এম বিৰ সক্ৰিয় সদস্য আদিল হাছান, চোটা কৰিম আৰু মিজান ওৰফে কৌছেৰৰ সৈতে আৰিফুল ওৰফে আৰিফ জড়িত আছিল। তেওঁ বিস্ফোৰণটোৰ পিছত বাংগালোৰলৈ পলায় যায়। এই সময়ত বিভিন্ন ছদ্মনাম লৈ বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল আৰিফে।

অসমৰ বৰপেটা জিলাৰ বাসিন্দা আৰিফ বংগৰ হুগলী জিলাত পঢ়া-শুনা কৰিছিল আৰু তেওঁ পিছত ট্ৰাকচালকৰ কামো কৰিছিল। তেতিয়াই জে এম বিৰ সংস্পৰ্শত আহে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, আৰিফে বুদ্ধগয়া বিস্ফোৰণত অভিযুক্ত হৈ আলিপুৰ জেইলত বন্দী হৈ থকা জে এম বিৰ নেতা মিজান ওৰফে কৌছেৰক জেলৰ পৰা পলুৱাই নিবলৈ আঁচনি কৰি কলকাতালৈ আহিছিল। কিন্তু তাৰ পূৰ্বেই নিজেই আৰক্ষীৰ হাতত পৰে।

কিছুদিন পূৰ্বে শিয়ালদহৰ পৰা গ্ৰেপ্তাৰ কৰা জে এম বিৰ আন এজন সদস্য মনিৰুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰিফুল ইছলামক ধৰিবলৈ কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ সক্ষম হয়।

আদালতত হাজিৰ কৰাৰ পিছত আৰিফক ১ মাহৰ আৰক্ষীৰ জিম্মাত দিয়ে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd