• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীলৈ ৰাহুল গান্ধী, জনসভাত বিৰোধী মহাজোঁটৰ হাই প্ৰ’ফাইল নেতা আগমণৰ সম্ভাৱনা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 17, 2019 10:13 pm
Congress chief Rahul Gandhi to address mass rally in Guwahati

ৰাহুল গান্ধীৰ ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ আগমণৰ পিছতে এইবাৰ জনসভা সম্বোধন কৰিবলৈ ২৬ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ মুৰব্বী গান্ধীৰ এই জনসভাই উত্তৰ-পূবত বিজেপিবিৰোধী শিবিৰৰ শক্তি প্ৰদৰ্শনৰ মঞ্চ হ’ব বুলি দলটোৰ বক্তব্যৰ পৰা ধাৰণা কৰা হৈছে।

“খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বিৰোধী মহাজোঁটৰ জনসভা। সভাত দেশৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই অংশ ল’ব,” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দেওবাৰে জনায়।

বিজেপিক পৰাভূত কৰাৰ বাবে সভাখন ঐক্যবদ্ধ বিৰোধীৰ প্ৰচাৰ অভিযানৰ “অংশ” হ’ব বুলি বৰাই সদৰী কৰিছে যদিও সেই মঞ্চত আন দলৰ কোন কোন ৰাষ্ট্ৰীয় নেতা সমবেত হ’ব সেই লৈ মুখ খোলা নাই।

অৱশ্যে কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি সভাখনত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেৱগৌড়া আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু উপস্থিত থকাৰ কথা আছে।

সভাখন প্ৰথমতে ৰাহুল গান্ধীক নাগৰিকত্ব বিধেয়ক প্ৰতিহত কৰাত সফল হোৱাৰ বাবে অভিনন্দন জনাবলৈ আৰু অসমবাসীৰ ধন্যবাদ গ্ৰহণৰ বাবে আয়োজন কৰা হৈছিল যদিও পিছত বিৰোধীৰ ঐক্যবদ্ধ জনসভাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, বৰাই জানিবলৈ দিয়ে।

জনসভাত ভাগ লোৱাৰ পিছত বিয়লিৰ ভাগলৈ মাছখোৱাৰ আই টি এ’ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত নৰ্থ-ইষ্ট কংগ্ৰেছ ক’-অৰডিনে’চন কমিতিৰ সভাতো কংগ্ৰেছ মুৰব্বীগৰাকী উপস্থিত থাকিব।

Recent News

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd