• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঞ্চিত যোগ্য অসমীয়া বিজ্ঞানী : লবীৰ বলত নেইষ্টৰ সঞ্চালক পদত পুনৰ অনা অসমীয়া ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 11:37 am
NEIST-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা-প্ৰতিষ্ঠান (নেইষ্ট)তপুনৰ অনা-অসমীয়া লবীয়ে প্ৰভুত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত এইবাৰো নিযুক্তি পালে এগৰাকী তেলেগু ব্যক্তিয়ে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোত আধিপত্য বিস্তাৰ কৰি অহা তেলেগু লবীৰ হেঁচাত অৱশেষত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে ড০ জি নৰহৰি শাস্ত্ৰী নামৰ বিজ্ঞানীজনে। বৰ্তমান হাইদৰাবাদত থকা বিজ্ঞানীজনে দুদিনমানৰ ভিতৰতে যোৰহাটৰ নেইষ্টৰ সঞ্চালক হিচাপে যোগদান কৰিব।

Apply Now

উল্লেখযোগ্য যে, যোৰহাটৰ নেইষ্টত অসমীয়া যোগ্য বিজ্ঞানী থকাৰ পাছতো পূৰ্বৰে পৰাই তেওঁলোকে গুৰুত্ব নাপায়। তদুপৰি, নেইষ্ট অনা অসমীয়া বিশেষকৈ তেলেগু চক্ৰৰ দ্বাৰা পৰিচালিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত বৰ্তমানলৈকে অধিষ্ঠিত হোৱা লোকসকলৰ নামসমূহেই এই কথাৰ প্ৰমাণ দাঙি ধৰে।

আনহাতে, প্ৰতিষ্ঠানটোত অনা অসমীয়া চক্ৰটো ইমানেই শক্তিশালী যে তেওঁলোকে প্ৰতিষ্ঠানটোত কৰ্মৰত অসমীয়া লোকসকলক প্ৰাপ্ৰ্য অধিকাৰৰ পৰা বঞ্চিত কৰিও ৰাখিছে। আনকি অসমীয়া বিজ্ঞানীৰ পদোন্নতিও উক্ত লবীটোৱে বন্ধ কৰি ৰখাৰ অভিযোগ আছে।

প্ৰতিষ্ঠানটোত এবাৰ মাত্ৰ  এগৰাকী অসমীয়া লোকক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ বাহিৰে সদায়ে যোৰহাট নেইষ্টত বাহিৰৰ লোকেই সঞ্চালকৰ পদত নিযুক্তি লাভ কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।

এতিয়া প্ৰতিষ্ঠানটোত খালী থকা পদসমূহ পুনৰ অনা-অসমীয়া লোকৰ হাতলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তদুপৰি, প্ৰতিষ্ঠানটোৰ ঠিকা-ঠুকলিকে আদি কৰি সকলো অনা-অসমীয়া লোকৰ কব্জালৈ যোৱাটো নিশ্চিত। এইক্ষেত্ৰত জাতীয় সংগঠনসমূহৰ ভূমিকা অৱশ্যে স্পষ্ট নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd