• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভূত : কোন আইপিএছ বিষয়াৰ সৈতে যোগাযোগ কৰিছিল নিপু কলিতাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 8:52 am
52350395_1998349043804238_5731673224182235136_n

অভিযুক্ত আৰক্ষী বিষয়া নিপু কলিতা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি কোটি টকাৰ সোণ হৰলুকি কৰি আত্মগোপন কৰি অৱস্থাত আৰক্ষী উপ-পৰিদৰ্শক নিপু কলিতাই মোবাইলৰ জৰিয়তে শোণিতপুৰ জিলাৰ এজন শীৰ্ষ আই পি এছ বিষয়াৰ লগত সঘন যোগাযোগ ৰাখিছিল। ধৃত নিপু কলিতাৰ মোবাইল কল লিষ্টত এই তথ্য আছে যদিও আৰক্ষীয়ে বিষয়টো গাপ দিয়াৰ চেষ্টা চলাইছে।

ইপিনে, এমাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে বৃহৎ পৰিমানৰ সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ লোকৰ মাজতে সংঘটিত হোৱা এই ঘটনাটো প্ৰকৃততে গাপ দিয়াৰ চেষ্টা কৰা হৈছে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

আৰক্ষী বিষয়া নিপু কলিতাৰ মোবাইলৰ কল লিষ্টত উদ্ধাৰ হোৱা তথ্যৰ আলমত আৰক্ষীয়ে তদন্ত আগবঢ়োৱা নাই। কিয়নো সেয়া কৰা হ’লে ইতিমধ্যে ঘটনাৰ ওৰ ওলাই পৰাৰ সম্ভাৱনা নিশ্চিত আছিল। তদুপৰি, সোণ লুট কৰা এই ঘটনাৰ আঁৰত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰ অভিযোগে বিষয়টোক গভীৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে।

আনহাতে, সাত দিন আৰক্ষীৰ জিম্মাত থকাৰ পাছত নিপু কলিতাক বৃহস্পতিবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ধৃত কলিতাক বৃহস্পতিবাৰে পুনৰ চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

জানিব পৰা মতে, আৰক্ষীৰ জিম্মাত থকা সময়ত চাৰি কোটি টকাৰ সোণ হৰলুকিৰ মূল অভিযুক্ত দিচপুৰ থানাৰ উপ-পৰিদৰ্শক নিপু কলিতাই শীৰ্ষ আৰক্ষী বিষয়াই পৃথকে পৃথকে কৰা জেৰাত বিভিন্ন সময়ত বিভিন্ন স্বীকাৰোক্তি দি বিভ্ৰান্ত কৰাৰ চেষ্টা চলায়।

তদন্তকাৰী আৰক্ষী বিষয়াৰ জেৰাত কলিতাই চাৰি কোটি টকাৰ সোণখিনি সেনা বাহিনীয়ে তেওঁৰ হাতৰ পৰা লুট কৰি নিয়া বুলি স্বীকাৰোক্তি দিয়ে। এইদৰে উপ-পৰিদৰ্শক নিপু কলিতাই তদন্তকাৰী আৰক্ষী বিষয়াৰ ওচৰত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰা বাবে আৰক্ষীয়ে কলিতাৰ ভাষ্য বিশ্বাসত ল’ব পৰা নাই। সেয়েহে, পুনৰ আৰক্ষীয়ে তেওঁক চাৰিদিনৰ জিম্মাত ৰাখি জেৰা কৰিব।

আনহাতে, গোটেই ঘটনাটোত সাঙোৰ খাই পৰা শোণিতপুৰ জিলাৰ আই পি এছ বিষয়াগৰাকী কোন তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাটোত শীৰ্ষ আৰক্ষী বিষয়াৰ ভূমিকাৰ বাবে এতিয়া তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰা বুলি অনুমান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd