• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত ইজনৰ পিছত সিজন বিজেপি নেতা-বিধায়ক ৰাইজৰ ৰাজহুৱা প্ৰশ্নৰ সন্মুখীন

বিধায়ক সুৰেন ফুকনৰ পিছত সাংসদ ৰামেশ্বৰ তেলীক জবাবদিহি ৰাজহুৱা অনুষ্ঠানত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 11:01 am
Rameshwar Teli Main

২৩ ফেব্ৰুৱাৰিত স্কুটী বিতৰণ কৰা অনুষ্ঠানটোৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনমান পূৰ্বে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক এটা ৰাজহুৱা অনুষ্ঠানত এজন যুৱকে জবাবদিহি কৰাৰ পিছত ২৩ ফেব্ৰুৱাৰিত এখন ৰাজহুৱা সভাত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হয় দলটোৰ সাংসদ ৰামেশ্বৰ তেলী।

ডিব্ৰুগড় সমষ্টিৰ সাংসদজনে ২৩ ফেব্ৰুৱাৰিত তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠীৰ কৃতী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ কৰিছিল। অনুষ্ঠানটোত লগত উপস্থিত আছিল বিধায়ক সুৰেন ফুকন, তেৰছ গোৱালা, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানকে ধৰি অন্যান্য নেতা-পালিনেতা।

Apply Now

কিন্তু অনুষ্ঠানটোৰ মাজতে এজন যুৱকে তেলীক কেইবাটাও প্ৰশ্ন কৰে। উ্ন্নয়নৰ কৈফিয়ৎ বিচৰা যুৱকজনক লগে লগে উভতি ধৰি উপস্থিত নেতা-পালিনেতাসকলে।

বিধায়ক সঞ্জয় কিষানে যুৱকজনক অশোভনীয়ভাৱে গালি-গালাজ কৰাৰ উপৰি মাৰিবলৈও খেদি যোৱা বুলি অভিযোগ উঠিছে।

যুৱকজনে কয়, “আপোনালোকে বেয়া কেলৈ পাইছে? সঁচা কথাটোহে কৈছো। বেয়া কথা কোৱা নাই নহয়।“

ইয়াৰ পিছতে এজন বিজেপি নেতাই যুৱকজনৰ ওচৰলৈ খেদি আহে আৰু “তোমাক কোনে মাতিছে ইয়ালৈ?“ বুলি প্ৰশ্ন কৰে।

ইপিনে একেটা অনুষ্ঠানতে সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ সাংসদ-বিধায়কসকলে। উন্নয়ন সন্দৰ্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে কংগ্ৰেছক আক্ৰমণ কৰাৰ লগতে সাংবাদিকে চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰাটো সহ্য কৰিব পৰা নাই বুলি মন্তব্য কৰে।

Rameshwar Teli

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে এখন ৰাজহুৱা সভাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনকো এজন যুৱকে ৰাজহুৱাকৈ প্ৰশ্ন কৰি বিধায়কজনৰ অভব্য আচৰণৰ সন্মুখীন হৈছিল।

নাগৰিকত্ব বিধেয়ক অধ্যায়ৰ পিছত বিজেপিৰ প্ৰতি উজনি অসমত ক্ৰমে মোহভংগ হোৱাই নহয়, বিজেপিৰ সৈতে দূৰত্ব ৰাখিবলৈ ধৰিছে জনসাধাৰণে। শেহতীয়া ঘটনাৱলীয়ে তাৰেই দৃষ্টান্ত দাঙি ধৰে।

ইপিনে চুলাই মদৰ বিষক্ৰিয়াৰ দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যু হোৱা আৰু ঘটনাটোত আক্ৰান্তসকলে এতিয়াও চিকিৎসালয়ৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়ত কালি ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ শ্ৰমিক জনগোষ্ঠীটোৰ নৃত্য-গীতৰ অনুষ্ঠান পতাক লৈও বিৰূপ প্ৰতিক্ৰিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd