• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ অসমত নিষেধ লালিগুৰ; যোগান বিষয়াৰ মতে নিষিদ্ধকৰণে বাট মোকলাব বিষাক্ত ‘মিথানল’ৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 24, 2019 10:47 pm
golaghat-hooch

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত সংঘটিত দেশৰ সৰ্বকালৰ অন্যতম বৃহৎ সুৰা ত্ৰাজিদিটোৱে এইপৰ্য্যন্ত প্ৰায় ডেৰশ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে “চুলাই”ৰ প্ৰধান উপকৰণ লালিগুৰ নিষিদ্ধ কৰিছে চৰকাৰে।

জন্তুখাদ্য হিচাপে কোনো ব্যক্তিয়ে লালিগুৰ ব্যৱহাৰ কৰিব খুজিলে জিলা দণ্ডাধীশ বা পশুপালন বিভাগৰ অনুমতি ল’ব লাগিব।

Apply Now

গোলাঘাট আৱৰ্ত ভৱনত গোলাঘাট আৰু যোৰহাট জিলাৰ আবকাৰী বিষয়াসকলৰ সৈতে দেওবাৰে অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

তাৎপৰ্য্যপূৰ্ণভাৱে এতিয়া লালিগুৰ নিষিদ্ধ কৰি দিয়া নিৰ্দেশটোৰ সম্পূৰ্ণ বিপৰীত নিৰ্দেশ এটা এই চৰকাৰেই যোৱা বছৰ জুন মাহত দিছিল।

“এইটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে অসমৰ খেতিয়ক আৰু ব্যৱসায়ীসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰি অনৈতিক শক্তিয়ে অকৰ্তৃত্বশীলভাৱে বিভিন্ন ঠাইত গুৰৰ যোগানত বাধা দি আহিছে। গুৰৰ ক্ষেত্ৰত বৰ্তমান কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন, মজুতৰণত সীমাবদ্ধতা আৰু যোগানত বাধা নাই। সেয়ে আপোনালোকক গুৰৰ মুক্ত যোগান নিশ্চিত কৰিবলৈ আৰু সামগ্ৰীবিধৰ আহ-যাহত বাধা দিয়া অনৈতিক ব্যক্তিসকলৰ ওপৰত শক্তিশালী পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ কৰা হ’ল,” খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ যুটীয়া সচিবে অসমৰ সকলো আৰক্ষী অধীক্ষকলৈ দিছিল এই নিৰ্দেশটো। নিৰ্দেশটোৰ প্ৰতিলিপি নৰ্থ ইষ্ট নাও-ৰ হাতত মজুত আছে।

আনহাতে লালিগুৰ নিষিদ্ধকৰণে বৰ্তমানৰ ভয়ংকৰ ঘটনাটোৰ দৰে ঘটনাৰ পুনৰাবৃত্তিহে কৰিব বুলি মন্তব্য কৰিছে যোগান বিভাগৰ এজন বিষয়াই।

“অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ উপায় লালিগুৰ নিষিদ্ধকৰণ নহয়। লালিগুৰ যদি নাথাকে, তেন্তে মদ প্ৰস্তুতকৰ্তাসকলে ব্যৱহাৰ কৰিব মিথানল— যিটো অতি বিষাক্ত আৰু শেহতীয়াকৈ শালমিৰা চাহ বাগিচাত সংঘটিত বেদনাদায়ক ঘটনাটো তাৰে ফল,” নাম প্ৰকাশ নকৰাৰ চৰ্তত এই মন্তব্য বিষয়াগৰাকীৰ।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd