• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকনলজিত ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৯’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2019 9:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৯ ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ ইতিহাসত এটা অভিনৱ সংযোজন। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘স্মাৰ্ট ইণ্ডিয়া’, ডিজিটেল ইণ্ডিয়া গঢ়াৰ স্বপ্ন বাস্তৱয়িত কৰাৰ অৰ্থে ভাৰতৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা জনসাধাৰণৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’।

বিগত দুই বছৰৰ দৰে এইবাৰো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ১৮ টা মন্ত্ৰালয় আৰু ৯৫ টা উদ্যোগে স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশ গ্ৰহণ কৰিছে। প্ৰায় ১৩৪৮ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ দলে ৫৩০টা সমস্যা সমাধানৰ অৰ্থে অৰ্ধশতাধিক ন’ডেল কেন্দ্ৰত কডিং কৰিব।

Apply Now

এই উদ্দেশ্যে ২ মাৰ্চত পুৱা ৮ বজাত সমান্তৰালভাৱে প্ৰত্যেকটো ন’ডেল চেণ্টাৰত বিশেষ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী প্ৰকাশ জাজেদকাৰে হেকাথনৰ উদ্বোধনী ভাষণ আগবঢ়াব।

উল্লেখযোগ্য যে যোৱা দুবছৰৰ সফল পৰিসমাপ্তিৰ পিছত এইবাৰো গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকনলজিক উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ন’ডেল কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰিছে। বস্ত্ৰ মন্ত্ৰালয়, সুক্ষ্ম, লঘূ আৰু মধ্যম উদ্যম মন্ত্ৰালয়, পৰিসংখ্যা আৰু পি আই মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্বাচিত, সাতটা সমস্যাৰ ওপৰত দুই শতাধিক প্ৰতিযোগীয়ে কডিং কৰি সমস্যাসমূহৰ সমাধান উলিয়াব।

অহা ২ আৰু ৩ মাৰ্চত ৩৬ ঘণ্টা ধৰি বিৰামহীনভাৱে চলিব লগা এই প্ৰতিযোগিতাসমূহ ভাৰতৰ বিভিন্ন ন’ডেল কেন্দ্ৰৰ লগতে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকনলজিটো সমান্তৰালভাৱে অনুষ্ঠিত হ’ব। শ্ৰেষ্ঠ তিনিটা প্ৰতিযোগীদলক লক্ষাধিক টকাৰে পুৰস্কৃত কৰা হ’ব।

মন কৰিবলগীয়া যে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলত অসমৰ পৰা সৰ্বমুঠ এটা দল নিৰ্বাচিত হৈছে। তাৰে ভিতৰত আজাৰাস্থিত জি আই এম চিৰ এটা দলে কেৰেলাস্থিত ন’ডেল কেন্দ্ৰত অংশ গ্ৰহণ কৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হিচাপে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এনে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ পোৱাটো প্ৰতিষ্ঠানটিৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি গৌৰৱৰ বিষয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd