• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ য়ু টাৰ্ণ : আটক কৰা বিয়েৰ ভৰ্তি ট্ৰাক গতাবলৈ অহাজনকে লকআপত সোমোৱাৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 2, 2019 12:38 pm
বোকাখাত আৰক্ষীৰ সন্মুখত প্ৰতিবাদৰ আলোকচিত্ৰ

বোকাখাত আৰক্ষীৰ সন্মুখত প্ৰতিবাদৰ আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ পৰা অহা এখন বিয়েৰ ভৰ্তি ট্ৰাক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাবলৈ যোৱাৰ সময়ত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰধান সম্পাদক প্ৰণৱ জ্যোতি সন্দিকৈক আৰক্ষীয়ে ওলোটাই আটক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত।

ঘটনাৰ বিৱৰণী অনুসৰি, এক বিশেষ সূত্ৰৰ আধাৰত বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ সম্পাদক প্ৰণৱজ্যোতি সন্দিকৈয়ে নুমলীগড় তেল শোধানাগাৰৰ সমীপত অৰুণাচলৰ পৰা অসম অভিমুখে আহি থকা এখন অবৈধ বিয়েৰ ভৰ্টি ট্ৰাক কৰায়ত্ত কৰে। নুমলীগড় আৰক্ষী চকীত ঘটনা সন্দৰ্ভত সন্দিকৈয়ে এখন এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাতো বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হোৱা বুলি নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সন্দিকৈক বিয়েৰ ভৰ্তি ট্ৰাকখনৰ সৈতে বোকাখাত আৰক্ষী থানালৈ লৈ আহে আৰু আশ্চৰ্যজনকভাবে সন্দিকৈকহে আটক কৰে।

Apply Now

শুকুৰবাৰে বৃহত্তৰ যুৱ মঞ্চৰ সম্পাদকজনক আৰক্ষীয়ে আদালতলৈ নিবলৈ ওলাওতে দলটোৰ কৰ্মীসকলে আৰক্ষীক বাধা দি প্ৰতিবাদ সাব্যস্ত কৰাকলৈ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। দলীয় কৰ্মীসকলে অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে নিৰপৰাধীক মিছা অভিযোগত আটক কৰা কাৰ্য্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাত আৰক্ষীয়ে সুনীল চহৰীয়া নামৰ এজন ব্যক্তিয়ে প্ৰণৱ জ্যোতি সন্দিকৈয়ে ট্ৰাকখনৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল আৰু টকা নিদিলে ট্ৰাকখন জ্বলাই দিয়াৰ ভাবুকি দিছিল বুলি দিয়া এজাহাৰৰ ভিত্তিতে সন্দিকৈক আটক কৰা হয় বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

আনহাতে, সমগ্ৰ ঘটনাটো সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। জব্দ কৰা ট্ৰাকখন অৰুণাচলৰ পৰা নামচাই অভিমুখে গৈ আছিল। আদালতত হাজিৰ কৰাৰ পাছত প্ৰণৱ জ্যোতি সন্দিকৈক জেললৈ প্ৰেৰণ কৰা হৈছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd