• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপ্ৰিল মাহৰ ভিতৰত মুকলি হ’ব দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে

মঙলবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱেৰ কেবিন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 8:43 am
ropeway

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে প্ৰথমবাৰৰ বাবে বহু প্ৰতিক্ষিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱে ৰ কেবিন। ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও কিবা আসোঁৱাহ ৰৈ গৈছে নেকি সেয়া চাবলৈহে মঙলবাৰে ৰ’পৱেৰ পৰীক্ষামূলক চলাচল কৰোৱা বুলি ৰ’প ৱেৰ নিৰ্মাণত জড়িত বিষয়া-কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

পৰীক্ষামূলক চলাচলৰ পাছতে ৰ’পৱেৰ বিষয়া-কৰ্মচাৰীসকলে অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দেশৰ আটাইতকৈ দীঘল ৰ’পৱে মুকলি হ’ব বুলি সংবাদ মাধ্যমক জনায়।

উল্লেখ্য যে যাত্ৰী কঢ়িওৱা এই ৰ’পৱেটোত দুটা কেবিন থকাৰ লগতে প্ৰতিটো কেবিনটে ৩০ জনকৈ যাত্ৰী উঠিব পাৰিব। আনহাতে ৰ’পৱে’টোৰ দক্ষিণ মূৰটো কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত স্থাপন কৰাৰ বিপৰীতে উত্তৰ মূৰটো থাকিব দ’ল গোবিন্দ মন্দিৰৰ পিছফালে থকা এটা সৰু পাহাৰৰ টিলাত।

নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা ৰ’পৱেটো অহা এপ্ৰিল মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা সভাত সদৰী কৰিছে।

এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা এই ৰ’পৱেটো মুকলি কৰাৰ পিছৰে পৰা উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত এক উল্লেখনীয় প্ৰভাৱ পৰিব বুলিও পৰ্যটন বিভাগৰ লগতে স্থানীয় লোকে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰি ৰ’পৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। লগতে ৰাইটছ নামৰ এটা ভাৰত চৰকাৰৰ অধীনৰ সংস্থাক ৰ’পৱে নিৰ্মাণৰ বাবে চৰকাৰে দায়িত্ব অৰ্পণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd