• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰ সেনাৰ গুলীত নিহত আলফা (স্বাঃ)ৰ মেজৰ জ্যোতিৰ্ময় অসমৰ শেষকৃত্য সম্পন্ন, জনালে সশস্ত্ৰ সংগঠনটোৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 2:37 pm
787110-myanmar-militant-zee-750x375

টাগাত ম্যানমাৰ সেনাই জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা (স্বাঃ)ৰ মেজৰ জ্যোতিৰ্ময় অসমৰ মৃতদেহ উদ্ধাৰ কৰি যথা নিয়মে শেষকৃত্য কৰা হৈছে বুলি সংগঠনটোৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। সংগঠনটোৱে এই কথা জনোৱা বুলি দাবী কৰি এই বাতৰি দিছে News18 Assam North East নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটোৱে।

জানিব পৰামতে, জ্যোতিৰ্ময়ৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰত৷ ম্যানমাৰৰ শিবিৰতে তেওঁ দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল।

Apply Now

উল্লেখযোগ্য যে যোৱা মাহত ম্যানমাৰ সেনাই ইয়াৰ ভূমিত থকা আলফা (স্বাঃ) আৰু এন এছ চি এনৰ শিবিৰত আক্ৰমণ চলাইছিল। এই বাতৰি নৰ্থ-ইষ্ট নাওত প্ৰকাশ হৈছিল।

লগতে পঢ়ক ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত আলফা (স্বা:)ৰ কেডাৰ

ম্যানমাৰ সেনাই শিবিৰত আক্ৰমণ চলোৱাৰ পিছতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কোনো কেডাৰৰ মৃত্যু হোৱাৰ খবৰ ‘নিশ্চিত নহয়’ বুলি সংবাদ মাধ্যমক টেলিফোন কৰি জনাইছিল। কিন্তু ইয়াৰ কেইদিনমান পিছতে সংগঠনটোৰ মেজৰ পৰ্য্যায়ৰ নেতাজনৰ মৃত্যু আৰু শেষকৃত্যৰ বিষয়ে জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে ম্যানমাৰ সেনাই দেশখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত শিবিৰ পাতি থকা এন এছ চি এন, আলফাকে ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থীৰ প্ৰতি কঠোৰ স্থিতি লোৱা বুলি পৰেশ বৰুৱাই আজি পোন্ধৰ দিন মানৰ আগত স্বীকাৰ কৰিছিল সংবাদ মাধ্যমৰ আগত। বৰুৱাই ইয়াক অৰ্থনৈতিক কূটনীতিৰ পৰিণতি বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক ম্যানমাৰত আলফা (স্বাঃ) সংকটৰ সন্মুখীন, স্বীকাৰ কৰিলে পৰেশ বৰুৱাই

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

June 9, 2026 8:21 pm
আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

June 9, 2026 7:48 pm
ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

June 9, 2026 7:43 pm

150+ Schweizer Casinos im Vergleich

June 9, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

June 9, 2026 8:21 pm
আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

June 9, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd