• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰি: ৰাজ্যপালক চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

অনির্বান পাঠক by অনির্বান পাঠক
March 14, 2019 9:23 pm
14-03-19 Guwahati- Congress delegate team meets governor

গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্ত বিচাৰি বৃহস্পতিবাৰে কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে। ফটো : য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পঞ্চায়ত ও গ্ৰামোন্নয়ন আৰু তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগৰ পাছতো কেৱল আমোলা পৰ্যায়তে তদন্ত ঘোষণা কৰি দায় সাৰিব বিচাৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে অৱতীৰ্ণ হোৱা এই বিভাগকেইটাৰ অনিয়মক লৈ প্ৰাৰ্থীৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত তিলমানো গুৰুত্ব দিয়া নাই সৰ্বানন্দ সোণোৱাল চৰকাৰে।

Apply Now

বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এই নিযুক্তি কেলেংকাৰিৰ বিষয়ে অৱগত কৰোৱায়। লগতে ৰাজ্যপালক ইয়াৰ চি বি আই তদন্তৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) শৈলেন বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শেহতীয়া নিযুক্তিত মন্ত্ৰী নৱ দলেৰ আত্মীয় আৰু বিজেপি নেতা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেহে চাকৰি পাইছে বুলি অভিযোগ কৰে।

একেদৰে জনসংযোগৰ নিযুক্তিও সম্পূৰ্ণ নীতিবহিৰ্ভূতভাৱে হোৱা বুলিও প্ৰতিনিধি দলটোৱে ৰাজ্যপালক জনায়।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৯৪৫ টা আৰু জনসংযোগৰ ৬৪ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত হোৱা অনিয়ম সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতিৰিক্ত মুখ্য সচিৱ জিষ্ণু বৰুৱাক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু এই এজনীয়া তদন্ত কমিটিক লৈ আশ্বস্ত হোৱা নাই চাকৰি প্ৰাৰ্থীৰ লগতে বিভিন্ন দল-সংগঠন।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd