• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত ‘নিজৰ মানুহ’ৰ হাততে জ্বলি ছাই হ’ল অতুল-কেশৱ-ফণীৰ বেনাৰ, প’ষ্টাৰ

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
March 15, 2019 9:39 pm
IMG-20190315-WA0064-750x375

যোৰাহাটত অগপৰ দলীয় কৰ্মীৰ প্ৰতিবাদ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত অগপ -বিজেপিৰ মিত্ৰতাৰ বিৰোধিতাৰে আজি যোৰহাটত অসম গণ পৰিষদৰ কৰ্মীসকলে দলীয় কাৰ্য্যলয়ৰ পৰা তিনি নেতা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ ফটো সম্বলিত দলীয় বেনাৰ প’ষ্টাৰ ফালি-ছিঙি আঁতৰাই পেলায়।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষ লৈছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি তিনিওগৰাকী মন্ত্ৰীয়ে মন্ত্ৰিত্ব ওভোতাই লোৱাক কেন্দ্ৰ কৰি যোৰাহাটৰ অগপ কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

Apply Now

অগপৰ ক্ষুভিত সমৰ্থকসকলে দলীয় নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এনে সিদ্ধান্তই জাতীয় সত্তাক ক্ষতি কৰিব বুলি উল্লেখ কৰে।

অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক নীৰেন শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিয়ে নিজৰ স্থিতিত অটল থকাৰ পাছতো অগপই সেই দলটোৰ সৈতে মিত্ৰতা কৰিবৰ বাবে লোৱা সিদ্ধান্তই দলটোৰ সমৰ্থক, ভোটাৰসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাব আৰু  এনে ধৰণৰ সিদ্ধান্তৰ বাবে নিৰ্বাচনত  অগপৰ ক্ষতি হ’ব সৰ্বাধিক।

আন এজন নাম প্ৰকাশত অনিচ্ছুক দলীয় সমৰ্থকে বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপৰ নেতাসকলে একমাত্ৰ গাদী, ক্ষমতা আৰু টকাৰ লালসাতে মিত্ৰতা কৰিছে বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে, আজি যোৰহাটৰ পুৰণি চাৰ্কিট হাউছ ৰ’ডত থকা অগপৰ কাৰ্য্যালয়ৰ সন্মুখত শতাধিক দলীয় কৰ্মী উপস্থিত হৈ অগপৰ তিনিজন মন্ত্ৰীৰ ফটো, বেনাৰ ছিঙি-ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে সেইবোৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd