• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত সুষ্মিতা দেবৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰয়

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
March 22, 2019 2:32 pm
Dr-Rajdeep-Roy-750x375

ডাঃ ৰাজদ্বীপ ৰয়। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু অপেক্ষাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমান আৰু মাত্ৰ এমাহতকৈয়ো কম সময় থকা অৱস্থাত অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৮জন প্ৰাৰ্থীৰ নাম প্ৰথমখন তালিকাত প্ৰকাশ কৰিছে।

ৰঙৰ উৎসৱ হোলীৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া সমৰ্থকসকলে শিলচৰৰ বিলপাৰ অঞ্চলত থকা ডাঃ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উপস্থিত হৈ আশা আৰু আনন্দৰ ৰঙ ছটিয়াই উৎফুল্লিত হৈ পৰে।

Apply Now

অৱশ্যেই নহ’বই বা কিয়, অহা ১৮ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া বহু চৰ্চিত শিলচৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে যে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ডাঃ ৰাজদ্বীপ ৰয়ক।

সমষ্টিটোত প্ৰায় ১১ লাখ ভোটাৰে তেওঁলোকৰ পৰৱৰ্তী নেতাগৰাকীক নিৰ্বাচিত কৰাৰ বাবে ভোটদান কৰিব।

তেওঁৰ ‘ডক্টৰ চেম্বাৰ’ত বহি তেওঁক প্ৰাৰ্থিত্ব লাভৰ বাবে শুভেচ্ছা জনাবলৈ অহা সমৰ্থকসকলৰ সৈতে হোলীৰ আনন্দ লৈ থকাৰ মাজতে ডাঃ ৰাজদ্বীপ ৰয়ে ‘নৰ্থইষ্ট নাও’ৰ আগত চমুকৈ তেওঁৰ আশা-আকাংক্ষাৰ বিষয়ে জানিব দিয়ে।

সাক্ষাৎকাৰঃ

নৰ্থইষ্ট নাও :  প্ৰাৰ্থিত্বৰ বাবে আপোনাৰ নাম ঘোষণা হোৱাৰ বাতৰি শুনাৰ পাছত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া। ঘোষণা কৰাত বিলম্ব হ’ল যদিও আজিৰ এই উৎসৱৰ দিনটোতে খৱৰ অহা শিলচৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে আপুনি কি ক’ব?

ডাঃ ৰাজদ্বীপ ৰয় : ঘোষণাত বিলম্ব হোৱাটো কোনো ইচ্ছ্যু নহয়, কিন্তু আপুনি চাওক, বিগত পাঁচ বছৰ দিল্লীত আৰু অসমত তিনিবছৰত আমাৰ চৰকাৰে এক উন্নয়নৰ জোৱাৰ আনিছে অথবা সকলোকে সামৰি লৈছে, যাৰ বাবে সকলোৰে মত হৈছে যে নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ ক্ষমতা প্ৰদান কৰা উচিত। আমি ভাল কামবোৰ অব্যাহত ৰাখিব লাগিব আৰু তেওঁ গ্ৰহণ কৰা ব্যৱস্থাসমূহক সমৰ্থন কৰিব লাগিব।

নৰ্থইষ্ট নাও : সমষ্টিটোত কি ইচ্ছ্যু লৈ আৰু কি প্ৰতিশ্ৰুতি লৈ আপুনি ভোটাৰসকলৰ কাষ চাপিব?

ডাঃ ৰাজদ্বীপ ৰয় : আমাৰ শিলচৰ সমষ্টিত আপুনি দেখিব যে বিগত পাঁচ বছৰত কোনো উন্নয়ন হোৱা নাই। কোনো প্ৰকল্প গ্ৰহণ কৰা হোৱা নাই। সাংসদ উন্নয়ন পুঁজিৰ ৩০ৰপৰা ৩৫ শতাংশ ধন উভতি গৈছে যিটো গণতন্ত্ৰৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক কথা। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সুষ্মিতা দেবৰ স্থিতি অতি দুখজনক আছিল। তেওঁ সংসদত বিষয়টো সঠিকভাৱে উপস্থাপন কৰিব নোৱাৰিলে। এই বিষয়টোত তেওঁৰ স্থিতি শিলচৰত তেওঁ যি কয় সেয়া দিল্লী আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত একে নহয়। জনসাধাৰণে কংগ্ৰেছৰ ৰণ নীতি বুজি পোৱাৰ প্ৰয়োজন। আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীত যিটো কয় সেয়া দিচপুৰ আৰু শিলচৰতো কয়। আমি আমাৰ স্থিতিৰ পৰা আঁতৰি নাহো আৰু জনসাধাৰণে সেয়া বুজি পোৱাটো প্ৰয়োজন।

নৰ্থইষ্ট নাও : সুষ্মিতা দেব এগৰাকী বৰ্তমানৰ সাংসদ আৰু লগতে নিখিল ভাৰত কংগ্ৰেছৰ সভানেত্ৰী। তেওঁ দুৰ্গত আপুনি তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজুনে?

ডাঃ ৰাজদ্বীপ ৰয় : হয়, মই তেওঁক প্ৰত্যাহ্বান জনাম আৰু কিছুদিনৰ পৰাই মই সেয়া কৰি আহিছো। আমি অত্যন্ত আত্মবিশ্বাসী আৰু কেৱল শিলচৰ আসনখনেই নহয়, লগতে কৰিমগঞ্জতো ভাল প্ৰদৰ্শনেৰে বিজয়ী হৈ সেয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ দিবৰ বাবে সাজু হৈছো।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd