• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰৱ গগৈক নিষিদ্ধ কৰা নাই আমছুৱে; বিজেপি-অগপক ভোট নিদিবলৈ আহ্বান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 31, 2019 10:47 pm
Gaurav Gogoi

গৌৰৱ গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত নিষিদ্ধ নহয় কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ। সাংসদজনৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ই তেনেকুৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ গোলাঘাট জিলাৰ সংখ্যালঘু অধ্যুষিত এলেকাত আমছুৱে প্ৰৱেশ নিষিদ্ধ কৰিছে বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা খবৰ সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক আজি এইদৰে স্পষ্ট কৰি দিছে সংগঠনটোৰ উপদেষ্টা আজিজুৰ ৰহমানে।

“গৌৰৱ গগৈৰ বিৰুদ্ধে তেনে সিদ্ধান্ত আমছুৰ কেন্দ্ৰীয় সমিতিয়ে লোৱা নাই। কেৱল গোলাঘাট জিলা সমিতিৰ এজন সদস্যইহে এই মন্তব্য কৰিছে। সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য, আমাৰ সংগঠনৰ মন্তব্য নহয়”, সাংসদজনৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত প্ৰৱেশ নিষেধ কৰাৰ বাবে আমছুৰ গোলাঘাট জিলা সমিতিয়ে সিদ্ধান্ত লোৱা বুলি প্ৰকাশিত বাতৰিটো সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক আজিজুৰ ৰহমানে কয়।

গোলঘাট জিলা আমছুৰ সাধাৰণ সম্পাদক বাবুল আলী হাজৰিকাই গোলাঘাটৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত সাংসদ তথা কংগ্রেছৰ এইবাৰৰো প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰৱেশত বাধা দিব ২৯ মাৰ্চত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

কিন্তু ইয়াৰ বিপৰীতে সংগঠনটোৰ উপদেষ্টাজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক বিজেপি আৰু মিত্ৰদল অগপকহে বৰ্জনৰ বাবে ৰাইজক আহ্বান জনায়।

আমছুৰ উপদেষ্টাজনৰ সৈতে হোৱা আমাৰ সাংবাদিকৰ বাৰ্তালাপত তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা ধৰ্ম নিৰপক্ষে আৰু গণতান্ত্ৰিক দল বা ব্যক্তিক ভোট দি জয়যুক্ত কৰোৱাৰ বাবে ৰাইজক আহ্বান জনায়। এই সন্দৰ্ভত সংগঠনটোৱে আজি ৩১ মাৰ্চত এখন বৈঠক অনুষ্ঠিত কৰি প্ৰস্তাৱ লোৱা বুলিও জানিবলৈ দিয়ে।

অৱশ্যে, কোনো দল বা প্ৰাৰ্থী বিশেষৰ কথা নকৈ তেওঁ ৰাইজক বিবেচনা কৰি ভোটদান কৰিবলৈ আহ্বান জনায়।

“হিন্দু-মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি কৰা দলক নিৰ্বাচনত পৰাভূত কৰিব লাগে”, আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰলৈ আহ্বান ৰহমানৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ২২ মাৰ্চত এ আই য়ু ডি এফকো সাম্প্ৰদায়িক ৰাজনীতি কৰা দল বুলি অভিহিত কৰি দলটোক বৰ্জনৰ বাবে অসমৰ ৰাইজক আহ্বান জনাইছিল আমছুৱে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd