• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বিৰাজ ডেকা লোকসভা নিৰ্বাচনত দেশৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 2, 2019 7:39 pm
Biraj Deka of Assam becomes nation's youngest candidate to contest in '19 loksabha election

বিৰাজ ডেকা। ছবি সৌজন্য- ফে’চবুক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বকনিষ্ঠ প্ৰাৰ্থীজন হয়তো অসমৰেই হ’ব। মঙলবাৰে কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা চি পি আই (এম) প্ৰাৰ্থী বিৰাজ ডেকাৰ বয়স ২৬ বছৰ।

১৯৯৩ চনৰ ৩০ জুলাইত জন্ম লোৱা ডেকা ’১৯ৰ সাধাৰণ নিৰ্বাচনত এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সকলোতকৈ কনিষ্ঠ প্ৰাৰ্থী বিৰাজ ডেকা।

Apply Now

সৰুৰে পৰা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত ডেকা বৰ্তমান ভাৰতৰ ছাত্ৰ ফে’ডাৰে’চন (এছ এফ আই)ৰ অসম ৰাজ্যিক উপ সভাপতি। তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। বাক্সা জিলাৰ গোৰেশ্বৰৰ দুখনকৈ শিক্ষা প্ৰতিষ্ঠানত তেওঁ শিক্ষকতাও কৰিছিল।

Biraj Deka of Assam becomes nation's youngest candidate to contest in '19 loksabha election
বিৰাজ ডেকাৰ মনোনয়ন দাখিল যাত্ৰা, মঙলবাৰে কোকৰাঝাৰত। ছবি সৌজন্য- ফে’চবুক।

মনোনয়ন দাখিলৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চি পি আই (এম) প্ৰাৰ্থী বিৰাজ ডেকাই শাসনাধিষ্ঠিত বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দি কয়, ‘দেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য বিনষ্ট নোহোৱাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাৰ প্ৰয়োজন আছে’।

তেওঁ লগতে বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মন্তব্য আগবঢ়াই ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে বুলিও কয়।

ইপিনে কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত বিৰাজ ডেকাই এইদৰে প্ৰশ্ন উত্থাপন কৰে, ‘যোৱাবাৰ কোকৰাঝাৰৰ ৰাইজে বহু আশা কৰি নৱ কুমাৰ শৰণীয়াক জয়ী কৰাইছিল। কিন্তু তেওঁ যোৱা পাঁচ বছৰে পৰিলে কি?’।

অবড়ো ৰাইজৰ সুৰক্ষাৰ কথা কৈ থকা শৰণীয়াই সেই কামটোকে কৰিব পৰা নাই বুলিও বিৰাজ ডেকাই মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd