• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুনৰ সোণৰ পদক আজুৰিলে অসমৰ যুৱতীয়ে

চাজিদ খান by চাজিদ খান
May 3, 2019 9:24 am
udalguri-karate

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক দখল কৰিলে অসমৰ যুবতীয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ শ্বাহৰাণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ ৪৫ কেজি শাখাত সোণৰ পদক দখল কৰে অসমৰ সোতৰ বছৰীয়া যুবতী চান্দিনি খাতুনে।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী চকীৰ অন্তৰ্গত ২ নং নাহৰবাৰি গাঁৱৰ কুদোছ খান আৰু খাতিম বেগমৰ কন্যা  চান্দিনিয়ে উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰতিপক্ষক ধাৰাশায়ী কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Apply Now

ওদালগুৰিৰ এটা অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ ছোৱালী চান্দিনিয়ে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি নিজৰ অধ্যাৱসায় আৰু একাগ্ৰতাৰে প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলাই সফলতা লাভ কৰে।

প্ৰতিযোগিতাখনত সোণৰ পদক দখল কৰি বৃহস্পতিবাৰে ৰে’লেৰে মাতৃভূমি অসমত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈগৰাকীক আবছু, আটছা, এবিআমছুকে আৰু ওদালগুৰি জিলা প্ৰশাসনকে ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰা আৰক্ষী উচ্চায়ুক্ত মইদুল ইছলাম আৰু মাজবাট আৰক্ষীৰ আৰক্ষী অধীক্ষক উপেন চন্দ্ৰ ব্ৰহ্মই খেলুৱৈগৰাকীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰে।

উল্লেখযোগ্য যে, চলিত বৰ্ষত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা চান্দিনিয়ে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা মুখামুখিত ৰাজ্যৰ বাবে সোণৰ পদক দখল কৰিবলৈ পোৱাটো অতি ভাল লগা অনুভব বুলি উল্লেখ কৰে।

নিজৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হোৱা এটা তিনিমহীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত কাৰাটেৰ প্ৰতি আগ্ৰহী হোৱা বুলি উল্লেখ কৰি ভবিষ্যতে তেওঁ আৰু অধিক উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

আনহাতে, স্থানীয় দল-সংগঠন সমূহে ৰাজ্য চৰকাৰক খেলুৱৈ গৰাকীক উন্নত প্ৰশিক্ষণৰ বাবে আৰু যাবতীয় সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd