• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথ নিৰ্মাণৰ দাবীত শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত বিভিন্ন দল-সংগঠনৰ পথ অৱৰোধ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 3, 2019 2:20 pm
Road Blocked

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহাসিক দুৱৰণি আলি নতুনকৈ নিৰ্মাণৰ দাবীত আজি পুৱা বীৰ লাচিত সেনা, ঐক্য সেনাৰ লগতে কেইবাটাও সংগঠনৰ ভুক্তভোগী ৰাইজে ৰংঘৰ চাৰিআলিত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

পথ অৱৰোধৰ ফলত প্ৰায় দুঘন্টাৰ বাবে শিৱসাগৰ নগৰলৈ অহা যোৱা কৰা পথটো বন্ধ হৈ পৰাত সৰু-ডাঙৰ গাড়ীৰ বৃহৎ শাৰী দেখিবলৈ পোৱা গ’ল।

পথটো নিৰ্মাণৰ দাবীত সংগঠন কেইটাই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ গড়কপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দণ্ডাধীশ সম্প্ৰীতি গোস্বামীয়ে।

স্মাৰক পত্ৰৰ জৰিয়তে সংগঠন কেইটাই গড়কপ্তানী মন্ত্ৰীক উদ্দেশ্যি কয় যে, শিৱসাগৰ নগৰৰ সমীপৰ ৰংঘৰ চাৰিআলিৰ পূবদিশে বগীদ’ল পাঁচআলিলৈকে আৰু পশ্চিমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মুঠ ৯.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক দুৱৰণি আলিৰ অৱস্থা সম্পূৰ্ণ বিধস্ত। এই পথটোৱেদি দৈনিক শ-শ সৰু-ডাঙৰ যান-বাহন চলাচল কৰাৰ লগতে মেটেকা আৰু আমগুৰি অঞ্চলত থকা অ’ এন জি চিৰ তৈল ক্ষেত্ৰসমূহলৈ সঘনাই গধুৰ যান-বাহন চলাচল কৰে সেয়ে অতি শীঘ্ৰে পথটো মেৰমতি কৰিব লাগে।

ইয়াৰ উপৰি এই পথটোৱেদি দৈনিক অহা যোৱা কৰা  শ-শ স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে। সৰ্বসাধাৰণ ৰাইজৰ এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ লগতে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd